• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ৰাজধানীৰ বিমানবন্দৰত অঘটন; টাৰ্মিনেলৰ চাদ খহি ৩ জনৰ মৃত্যু, ৬ জন আহত

Nation NE by Nation NE
June 28, 2024
in BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
ৰাজধানীৰ বিমানবন্দৰত অঘটন; টাৰ্মিনেলৰ চাদ খহি ৩ জনৰ মৃত্যু, ৬ জন আহত
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। দিল্লী বিমানবন্দৰৰ ১ নং টাৰ্মিনেলৰ চাদ খহি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।

শুকুৰবাৰে ৰাতিপুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে হঠাতে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ খহি পৰাত এই কৰুণ ঘটনাটো সংঘটিত হয়।

ঘটনাটোত আহত হোৱা লোকসকলক ইতিমধ্যে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাৰ ফলত একাধিক বাহন ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ সবিশেষ বুজ ল’বলৈ বিমানবন্দৰ কৰ্তৃপক্ষই ঘটনাস্থলত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জনোৱা মতে, ঘৰুৱা বিমান চলাচল কৰা টাৰ্মিনেল ১ৰ পৰা সকলো যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

মন্ত্ৰালয়ে এক্সৰ জৰিয়তে এটা পোষ্টত প্ৰকাশ কৰিছে যে আজি পুৱা ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চাদ ভাঙি পৰে। ফলত পৰৱৰ্তী জাননী নিদিয়ালৈকে টাৰ্মিনেল ১ লৈ অহা-যোৱা কৰা বিমান সেৱা বন্ধ হৈ পৰিছে। বিমান সেৱা সুচাৰুৰূপে চলাৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে।

Tags: #Accident#Airport#Delhi

Related Posts

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025
মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী, ডাঙৰ ঘোষণা
Top News

মহিলা চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰতিমাহে এদিনৰ দৰমহাযুক্ত ছুটী, ডাঙৰ ঘোষণা

December 4, 2025
মন্দিৰত পোছাক পৰিধানক লৈ নতুন নিয়ম, মাৰ্জিত পোছাক পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব ভক্তই

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025