• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেশ জোকাৰি যোৱা কলিকতা কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত

Nation NE by Nation NE
January 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশ জোকাৰি যোৱা কলিকতা কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দেশ জোকাৰি যোৱা কলিকতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকী কৰ্মৰত মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত সঞ্জয় ৰয়ক সিয়ালদাহ আদালতে দোষী সাব্যস্ত কৰিছে।

আজিৰ এই শুনানীৰ সময়ত আদালতত উপস্থিত আছিল ভুক্তভোগী মহিলাগৰাকীৰ পিতৃ-মাতৃ। ঘটনাটোত দোষী সাব্যস্ত হোৱা সঞ্জয় ৰায়ক কি শাস্তি প্ৰদান কৰে সেয়া ২০ জানুৱাৰীতহে জানিব পৰা যাব। অৰ্থাৎ ২০ জানুৱাৰী (সোমবাৰ)ত শাস্তি ঘোষণা হ’ব।

এটা সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি অভিযুক্ত সঞ্জয় ৰয়ে বিচাৰকৰ আগত কৈছিল, ‘মোক ভুৱা গোচৰত ফচোৱা হৈছে। মই এই কাম কৰা নাছিলো। যিয়ে এই কাম কৰিছিল, তেওঁলোকক এৰি দিয়া হৈছে। এই ঘটনাত এজন IPS বিষয়া জড়িত আছিল।’

উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ৯ আগষ্টৰ পুৱা উত্তৰ কলিকতাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ৩১ বছৰীয়া প্ৰশিক্ষণৰত মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হৈছিল। মহিলা চিকিৎসকগৰাকীৰ শৰীৰত আছিল কেইবাটাও আঘাতৰ চিন।

আদালতে কয় যে অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ ৬৪, ৬৬, ১০৩/১ ধাৰা আৰোপ কৰা হৈছিল। অভিযুক্তৰ বিৰুদ্ধে অভিযোগ আছিল যে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চেমিনাৰ ৰুমত গৈ তাত জিৰণি লৈ থকা এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰা হৈছিল।

চিকিৎসকগৰাকীৰ হত্যা আৰু ধৰ্ষণৰ গোচৰৰ অভিযুক্ত সঞ্জয় ৰয়ৰ বিচাৰ ৯ জানুৱাৰীত সমাপ্ত হৈছিল। এই সময়ত ৫০ গৰাকী সাক্ষীক সোধা-পোছা কৰা হয়।

মৰণোত্তৰ প্ৰতিবেদন অনুসৰি, অভিযুক্তই ভুক্তভোগীগৰাকীক প্ৰথমে ধৰ্ষণ কৰিছিল আৰু পিছত ডিঙি চেপি হত্যা কৰিছিল। ভুক্তভোগীগৰাকীয়ে মৃত্যু নিশ্চিত কৰিবলৈ দুবাৰকৈ ডিঙি চেপিছিল।

চিকিৎসালয় কৰ্তৃপক্ষই প্ৰথমে এই ঘটনাক আত্মহত্যা বুলি অভিহিত কৰিছিল যদিও সমগ্ৰ ঘটনাৰ সত্যসত্যতা পোহৰলৈ অহাত দেশজুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল।

Tags: Kolkata CaseRG Kar Medical College and Hospital

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025