• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে অৰবিন্দ কেজৰিৱালৰ বাহনৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ

Nation NE by Nation NE
January 18, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে অৰবিন্দ কেজৰিৱালৰ বাহনৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ
Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে চলাই থকা প্ৰচাৰ কাৰ্যসূচীৰ মাজতে আপ প্ৰধান তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে সংঘটিত হৈছে এক অবাঞ্চিত ঘটনা।

প্ৰচাৰৰ সময়তে অৰবিন্দ কেজৰিৱালৰ বাহনত কোনো দুৰ্বৃত্তই শিল নিক্ষেপ কৰিছে। লগে লগে এই ঘটনাক লৈ হাহাকৰাময় পৰিৱেশৰ সৃষ্টি হয়। অৱশ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

ইফালে এই আক্ৰমণৰ ঘটনাৰ পিছতে শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ। কেজৰিৱালৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ বাবে আপে বিজেপিক দোষাৰোপ কৰাৰ বিপৰীতে বিজেপিয়ে অভিযোগ কৰে যে কেজৰিৱালে নিজৰ গাড়ীৰে দুজন যুৱকক খুন্দিয়াইছে।

আপে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অৰবিন্দ কেজৰিৱালৰ ওপৰত পৰৱেশ বাৰ্মাৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ চলায়। নতুন দিল্লী বিধানসভা সমষ্টিত প্ৰচাৰ কাৰ্যত ব্যস্ত থকাৰ সময়তে এই আক্ৰমণ সংঘটিত কৰে। স্থানীয় লোকে বিজেপিৰ গুণ্ডাবাহিনীক খেদি পঠিয়ায়। বিজেপিৰ এই আক্ৰমণক কেজৰিৱালে ভয় নকৰে আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিল্লীৰ জনতাই দিব বুলিও কয়।

ইফালে পৰভেশ ভাৰ্মাৰ তৰফৰ পৰা জাৰি কৰা মন্তব্যত কোৱা হৈছে যে প্ৰশ্ন সোধা জনসাধাৰণৰ ওপৰত অৰবিন্দ কেজৰিৱালে নিজৰ গাড়ীৰে দুজন যুৱকক খুন্দিয়াইছে। দুয়োজনকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰাজয় দেখি সাধাৰণ নাগৰিকৰ প্ৰাণৰ মূল্য পাহৰি গৈছে। মই হাস্পতাললৈ গৈ আছো।

এই ঘটনাক লৈ সম্প্ৰতি শাসকীয় দল আপ আৰু বিৰোধী বিজেপিৰ মাজত তীব্ৰ বাক্যবাণ চলা পৰিলক্ষিত হৈছে।

Tags: #Arvind KejriwalCampaigningDelhi Assembly Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025