• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সৰ্বোচ্চ ন্যায়ালয়ৰ ভিতৰত ধাৰাসাৰ গুলীবৰ্ষণ; দুজন ন্যায়াধীশৰ মৃত্যু

Nation NE by Nation NE
January 18, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
সৰ্বোচ্চ ন্যায়ালয়ৰ ভিতৰত ধাৰাসাৰ গুলীবৰ্ষণ; দুজন ন্যায়াধীশৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

সমগ্ৰ বিশ্বক জোকাৰি যোৱা এক ঘটনা সংঘটিত হৈছে ইৰাণত। দেশখনৰ ৰাজধানী তেহৰাণৰ উচ্চতম ন্যায়ালয়ত অস্ত্ৰধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি দুজন ন্যায়াধীশক গুলীয়াই হত্যা কৰে। ইয়াৰ উপৰি এই ঘটনাত এজন প্ৰহৰীও আহত হৈছে।

ইফালে আক্ৰমণ সংঘটিত কৰা লোকজনে পিছত গুলীয়াই আত্মহত্যা কৰে। আক্ৰমণৰ পিছত আদালতৰ চৌপাশে নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

প্ৰতিবেদন অনুসৰি এই গুলীচালনাত ন্যায়াধীশ মৌলৱী মহম্মদ মোগিছেহ আৰু ন্যায়াধীশ আলী ৰজিনীৰ মৃত্যু হয়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ১৯৯৯ চনত ন্যায়াধীশ ৰজিনীক হত্যাৰ চেষ্টা চলোৱা হৈছিল যদিও সেই প্ৰচেষ্টা সফল হোৱা নাছিল।

উল্লেখ্য যে, ন্যায়াধীশ জৰিনীয়ে বিভিন্ন গোচৰত অভিযুক্ত লোকসকলক কঠোৰ শাস্তি দিয়াৰ বাবে পৰিচিত আছিল।

ইফালে মোগিছেহে সাংবাদিক আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীক ১২৭ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল, যাৰ ফলত ন্যায়াধীশগৰাকীক আমেৰিকা চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল। বিভিন্ন কঠোৰ শাস্তি প্ৰদানৰ বাবে চৰ্চাত থকা ন্যায়াধীশ দুগৰাকীৰ মৃত্যুত এতিয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ইৰাণত।

Tags: FiringIranSupreme Court

Related Posts

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন
Top News

April 27, 2026
২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025