• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, October 25, 2025
25 °c
Guwahati
25 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গণৰাজ্য দিৱসত মুখ্য অতিথিৰ নাম কিদৰে বাছনি কৰে? জানো আহক সকলো প্ৰক্ৰিয়া…

Nation NE by Nation NE
January 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গণৰাজ্য দিৱসত মুখ্য অতিথিৰ নাম কিদৰে বাছনি কৰে? জানো আহক সকলো প্ৰক্ৰিয়া…

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০২৫ চনৰ ২৬ জানুৱাৰীত ভাৰতে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। এইবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ’ব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো। অহা ২৫ আৰু ২৬ জানুৱাৰীত ভাৰতত উপস্থিত থাকিব ছুবিয়ানটো।

এতিয়া জানো আহক ভাৰত চৰকাৰে গণৰাজ্য দিৱসত মুখ্য অতিথিৰ নাম কোনবোৰ নিয়মৰ অধীনত বাছনি কৰে। আজি আমি আপোনালোকক এই বিষয়ে জনাম।

গণৰাজ্য দিৱস

২০২৫ চনত দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ’ব। ইয়াৰ পূৰ্বে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। একে সময়তে ২০২৩ চনত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতহ আল চিছিয়ে ভাৰত ভ্ৰমণ কৰিছিল। উল্লেখ্য যে ভাৰতত ২৬ জানুৱাৰী উপলক্ষে মুখ্য অতিথিক নিমন্ত্ৰণ কৰাৰ পৰম্পৰা ১৯৫০ চনৰ পৰা আৰম্ভ হৈছিল।

ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত

স্মৰ্তব্য যে ভাৰতলৈ অহা মুখ্য অতিথিক গণৰাজ্য দিৱসৰ সকলো অনুষ্ঠান উপলক্ষে সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰি ৰাষ্ট্ৰপতি ভৱনত তেওঁক গাৰ্ড অৱ অনাৰ দিয়া হয়। সন্ধিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মুখ্য অতিথিৰ সন্মানত বিশেষ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে।

মুখ্য অতিথিক কেনেকৈ বাছনি কৰা হয়?

এতিয়া প্ৰশ্ন হয় ভাৰতত গণৰাজ্য দিৱস উপলক্ষে মুখ্য অতিথিগৰাকীক কেনেদৰে নিৰ্বাচিত কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি গণৰাজ্য দিৱসত মুখ্য অতিথি বাছনিৰ প্ৰক্ৰিয়া সংশ্লিষ্ট বিষয়াসকলে ৬ মাহ আগতীয়াকৈ আৰম্ভ কৰে।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত এই প্ৰশ্নৰ উত্তৰ দি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত মনবীৰ সিঙে কয় যে মুখ্য অতিথিৰ নাম নিৰ্ণয় কৰাৰ সময়ত বহু কথা বিবেচনা কৰা হয়। য’ত মূল কথাটো হ’ল সেই দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক কেনেকুৱা। ইয়াৰ উপৰি ভাৰতৰ লগত তেওঁলোকৰ সেনা, ৰাজনৈতিক আৰু অৰ্থনীতিৰ কি সম্পৰ্ক। এই সকলোবোৰ কথা সংশ্লিষ্ট বিষয়াসকলে গুৰুত্বসহকাৰে বিবেচনা কৰাৰ পিছত বিদেশী অতিথিজনৰ নাম নিৰ্ণয় কৰা হয়।

অৱশ্যে যিকোনো অতিথিৰ নাম সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰে।

Tags: Chief GuestIndonesiaRepublic Day

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025
ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025