• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 14, 2025
18 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বলীউডত কি চলিছে? ইজনৰ পিছত সিজন তাৰকালৈ আহিছে ভাবুকি…

Nation NE by Nation NE
January 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বলীউডত কি চলিছে? ইজনৰ পিছত সিজন তাৰকালৈ আহিছে ভাবুকি…
Share on FacebookShare on TwitterWhatsApp

ছলমান খান, শ্বেইফ আলী খানৰ পিছত এইবাৰ ৰাজপাল যাদব আৰু ৰেমো ডিছৌজা আৰু সুগন্ধা মিশ্ৰ। দৈনিক বলীউডৰ চেলিব্ৰিটিৰ ওপৰত চলি থকা আক্ৰমণৰ মাজতে বুধবাৰে আন এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে।

ভাৰতীয় চিনেমাৰ তিনিজন শিল্পীলৈ ইমেইলৰ জৰিয়তে ভাবুকি লাভ কৰিছে। মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি, অভিনেতা ৰাজপাল যাদৱ, ৰেমো ডিছৌজা আৰু সুগন্ধা মিশ্ৰক ভাবুকি দিয়া হৈছে।

সূত্ৰই দাবী কৰিছে যে, তিনিওজন অভিনেতাই লাভ কৰা ভাবুকিপূৰ্ণ ইমেইলৰ শেষত বিষ্ণুৱে লিখিছিল।

ইমেইলৰ জৰিয়তে ভাবুকি পোৱাৰ পিছতেই তিনিওজন শিল্পীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। শিল্পীসকলৰ অভিযোগৰ ভিত্তিত আম্বলী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

সূত্ৰসমূহে দাবী কৰিছে যে প্ৰাৰম্ভিক তদন্তত এই ইমেইলটো পাকিস্তানৰ পৰা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইমেইলটোত তিনিওজন অভিনেতাক ৮ ঘণ্টাৰ ভিতৰতে উত্তৰ দিবলৈ কোৱা হৈছে। বৰ্তমান আৰক্ষী এই বিষয়টোৰ তদন্তত ব্যস্ত।

অভিনেতা ৰাজপাল যাদৱৰ অভিযোগক লৈ মুম্বাই আৰক্ষীয়ে এফআইআৰ ৰুজু কৰিছে। একে সময়তে অভিনেত্ৰী সুগন্ধা মিশ্ৰ আৰু কৰিঅ’গ্ৰাফাৰ ৰেমো ডিছৌজায়ো ইমেইলযোগে ভাবুকি পোৱাৰ অভিযোগ উত্থাপন কৰিছে।

ইমেইলটোত লিখা আছিল, ‘আপোনাৰ প্ৰতিটো খোজ নিৰীক্ষণ কৰা হৈছে। এটা স্পৰ্শকাতৰ বিষয় আমি আপোনালোকৰ দৃষ্টিগোচৰ কৰাটো গুৰুত্বপূৰ্ণ। এইটো কোনো ৰাজহুৱা ষ্টাণ্ট বা আপোনাক হাৰাশাস্তি কৰাৰ চেষ্টা নহয়।’

ইয়াৰ লগতে ইমেইলত এটা ভাবুকিও দিয়া হৈছে যে, এই বাৰ্তাটোক অতি গুৰুত্বসহকাৰে ল’ব লাগে আৰু এই সন্দৰ্ভত গোপনীয়তা বৰ্তাই ৰাখিব লাগে। তেনে নকৰিলে পৰিণতি অতি গুৰুতৰ হ’ব পাৰে, যিয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব পাৰে।

লগতে অহা ৮ ঘণ্টাৰ ভিতৰত বাৰ্তাৰ উত্তৰ দিব লাগিব। যদি এনেকুৱা নহয়, তেন্তে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা লৈ ইয়াৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ভাবুকি প্ৰদান কৰে।

Tags: #BollywoodCelebrityThreats

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025