• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সঘনাই হোৱা প্ৰস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই যোগাসন

Nation NE by Nation NE
January 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সঘনাই হোৱা প্ৰস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই যোগাসন
Share on FacebookShare on TwitterWhatsApp

আপুনিও বাৰু সঘনাই প্ৰস্ৰাৱৰ প্ৰয়োজন অনুভৱ কৰে নেকি? তেনেহ’লে ইয়াক সাধাৰণ সমস্যা বুলি ভাবি আওকাণ নকৰিব। এইয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণো হ’ব পাৰে।

এনে পৰিস্থিতিত তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰি ইয়াৰ আঁৰৰ কাৰণবোৰ জানিব লব লাগে। ইয়াৰ উপৰিও প্ৰস্ৰাৱৰ সমস্যাৰ পৰা মুক্তি পাবলৈ কিছুমান যোগাসন আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰা উচিত। ইয়াৰ দ্বাৰা আপোনাৰ প্ৰস্ৰাৱৰ সমস্যা ১ৰ পৰা ২ মাহত সমাধান হব পাৰে।

প্ৰস্ৰাৱৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসন-

বৃক্ষাসন

এই আসনে আমাৰ পেলভিক ফ্ল’ৰৰ পেশীবোৰ শক্তিশালী কৰে, যাৰ ফলত মূত্ৰাশয়ৰ ওপৰত চাপ কমি যায়। ইয়াৰ ফলত আমাৰ প্ৰস্ৰাৱৰ লগত জড়িত সমস্যা কম হয়।

ইয়াৰ বাবে প্ৰথমে মেটখনৰ ওপৰত পোনে পোনে থিয় হৈ লব লাগিব। তাৰ পিছত এখন ভৰি আনখন ভৰিৰ উৰুত ৰাখি হাত দুখন ওপৰলৈ ভাঁজ কৰি গছৰ দৰে থিয় হৈ থাকিব লাগিব। এই ভংগীমাত ৩০ ছেকেণ্ডৰ পৰা ১ মিনিটলৈকে থাকিব লাগিব।

বৃক্ষাসন কৰিলেও কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ দৰে সমস্যা দূৰ কৰাত সহায় হয়। ইয়াৰ ফলত আপোনাৰ মেৰুদণ্ডলৈ নমনীয়তা আহি পৰে।

বজ্ৰাসন

বজ্ৰাসনৰ ফলত আমাৰ পেলভিক ফ্ল’ৰ শক্তিশালী হয় আৰু সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।

ইয়াৰ বাবে মাটিত বহি পোনে পোনে আঁঠু দুটা বেঁকা কৰি দুয়ো ভৰিৰ গোৰোহা ইটোৱে সিটোৰ ওচৰলৈ আনি বহি লব লাগিব। ইয়াৰ সময়ত ভৰিৰ ওপৰৰ অংশ মাটিত আৰু গোৰোহা নিতম্বৰ ওচৰত থাকিব লাগে। দুয়োটা গোৰোহা অলপ পৃথক কৰি লব লাগিব, যাতে নিতম্ব দুটাৰে আৰামত বহিব পাৰে।

তাৰপিছত পিঠিখন পোন কৰি মূৰ, ডিঙি আৰু মেৰুদণ্ডক পোন ৰেখাত ৰাখিব লাগিব। ইয়াৰ পিছত দুয়োখন হাত আঁঠুৰ ওপৰত ৰাখি বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলি দুটা ইটোৱে সিটোৰ লগত সংযোগ কৰি ‘জ্ঞান মুদ্ৰা’ বনাব লাগে। এতিয়া এই অৱস্থাত কমেও ৫ৰ পৰা ১০ মিনিট সময় থকা উচিত।

ইয়াৰ ফলত আমাৰ পেলভিক শক্তিশালী হোৱাই নহয়, পাচন শক্তিও বৃদ্ধি পাব। ইয়াৰ উপৰিও ই শৰীৰত ৰক্ত সঞ্চালন আৰু শক্তিৰ উন্নতি সাধন কৰে।

Tags: HealthMeditationYoga

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025