• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বেখ হাছিনাৰ কাৰ্যকালত বাংলাদেশৰ আকাশলংঘী অৰ্থনীতিক ভুৱা আখ্যা মহম্মদ ইউনুছৰ

Nation NE by Nation NE
January 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশঃ হিন্দুৰ ওপৰত হোৱা কাণ্ড স্বীকাৰ কৰিলে ইউনুছ চৰকাৰে, ইস্কন সন্দৰ্ভত ডাঙৰ বিবৃতি
Share on FacebookShare on TwitterWhatsApp

শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসন কালত বাংলাদেশৰ অৰ্থনীতিত এক অভূতপূৰ্ব উত্থানৰ সাক্ষী হৈছিল। দেশৰ অৰ্থনীতি আৰু বস্ত্ৰ উদ্যোগক উন্নীত কৰাৰ বাবে শ্বেখ হাছিনাক এই কৃতিত্ব দিয়া হৈছে।

পিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শ্বেখ হাছিনা চৰকাৰৰ সময়ত আকাশলংঘী অৰ্থনীতিক ভুৱা বুলি অভিহিত কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মহম্মদ ইউনুছে ২৩ জানুৱাৰী, ২০২৫ ত কয় যে, বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি বৃদ্ধি পোৱাৰ দাবী ‘ভুৱা’।

তথ্য অনুসৰি, শ্বেখ হাছিনাৰ ১৫ বছৰীয়া শাসনকালত বাংলাদেশৰ অৰ্থনীতিত এক অভূতপূৰ্ব উত্থান ঘটিছিল। দেশৰ অৰ্থনীতি আৰু বস্ত্ৰ উদ্যোগক উন্নীত কৰাৰ বাবে শ্বেখ হাছিনাক কৃতিত্ব দিয়া হৈছে।

২০২৩ চনত বিশ্ব বেংকে বাংলাদেশ বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে প্ৰক্ষেপ কৰিছিল।

বাংলাদেশৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি ইউনুছে কয় যে, বাংলাদেশৰ এই পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বই দায়ী। এয়াও বিশ্বৰ বাবেও এক ডাঙৰ শিক্ষা। পূৰ্বতে শ্বেখ হাছিনাই কৈছিল যে, বাংলাদেশত অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ সৰ্বাধিক। এই সকলোবোৰ পৃথিৱীৰ বিফলতাৰ বাবেই ই একপ্ৰকাৰৰ ভুৱা।

বাংলাদেশৰ মুখ্য উপদেষ্টাগৰাকীয়ে কয় যে, ১৯৭১ চনত স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা বাংলাদেশ আটাইতকৈ দৰিদ্ৰ দেশসমূহৰ ভিতৰত অন্যতম। আনহাতে ২০১৫ চনত ই নিম্ন আৰু মধ্যম আয়ৰ দেশত পৰিণত হৈছে।

Tags: BangladeshPresidentSheikh Hasina

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025