• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেন্নাইত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰা তিলক বৰ্মাই ৰচিলে ইতিহাস

Nation NE by Nation NE
January 26, 2025
in Top News, ক্ৰীড়া
0 0
চেন্নাইত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰা তিলক বৰ্মাই ৰচিলে ইতিহাস
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতৰ বাওঁহতীয়া বেটছমেন তিলক বৰ্মাই ৭২ ৰানৰ অপৰাজিত ইনিংছ খেলি ভাৰতক বিজয় লক্ষ্যত উপনীত কৰোৱায়। ভাৰতৰ ভূমিত তিলকৰ এইটো প্ৰথম অৰ্ধশতক। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তিলকৰ এইটো তৃতীয় অৰ্ধশতক।

ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন মেচত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা উদ্ধাৰ কৰা তিলক বৰ্মাই কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়। বৰ্মাই ভংগ কৰে কোহলীৰ নামত থকা এক বিশেষ অভিলেখ।

তিলক বৰ্মাই একেৰাহে চাৰিটা ইনিংছত অপৰাজিত হৈ থাকি সৰ্বোচ্চ ৰান সংগ্ৰহ কৰা ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয়। এই ক্ষেত্ৰত তেওঁ ভংগ কৰে কোহলীৰ অভিলেখ। তিলকে এই পৰ্যন্ত অপৰাজিতভাৱে ৪টা ইনিংছত সৰ্বমুঠ ৩১৮ ৰান সংগ্ৰহ কৰিছে।

তিলকৰ পূৰ্বে একেৰাহে চাৰিটা ইনিংছত অপৰাজিতভাৱে বিৰাট কোহলী (২৫৮), সঞ্জু ছেমছন (২৫৭), ৰোহিত শৰ্মা (২৫৩) আৰু শিখৰ ধাৱানে (২৫২) ৰান সংগ্ৰহ কৰিছিল।

বাওঁহতীয়া তিলক বৰ্মাৰ অপৰাজিত চাৰিটা ইনিংছ- ১৯*, ১২০*, ১০৭* আৰু ৭২*। শনিবাৰে চেন্নাইত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত তিলক বৰ্মাৰ অপৰাজিত ৭২ ৰানৰ সহায়তে ভাৰতে বিজয় লক্ষ্যত উপনীত হয়। এই জয়ৰ লগে লগে ভাৰতে শৃংখলাটোত ২-০ৰ অগ্ৰগতি লাভ কৰিছে।

উল্লেখ্য যে, দ্বিতীয়খন মেচত ভাৰতে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ইংলেণ্ড দলে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ সৰ্বাধিক ৪৫ ৰান সংগ্ৰহ কৰে অধিনায়ক জছ বাটলাৰে। ভাৰতৰ হৈ অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীয়ে ২টাকৈ উইকেট লাভ কৰে।

ইফালে বিজয়ৰ লক্ষ্যৰে বেটিং কৰিবলৈ অহা ভাৰতীয় দলৰ আৰম্ভণি মুঠেই সুখকৰ নাছিল। দলে ৭৮ ৰানতে পাঁচটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও তিলক বৰ্মাৰ দৃঢ় আৰু একাগ্ৰতাৰ বাবে অৱশেষত ২ উইকেটত ৰোমাঞ্চকৰ জয়লাভ কৰে ভাৰতে।

তিলক বৰ্মাই চাৰিটা চাৰি আৰু পাঁচটা ছয়ৰ সহায়ত ৫৫টা বলত অপৰাজিত ৭২ ৰানৰ ইনিংছ খেলে। ইফালে ল’ৱাৰ অৰ্ডাৰত বেটিং কৰিবলৈ অহা ৱাশ্বিংটন সুন্দৰেও ২৬ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। মেচখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তিলক বৰ্মাই।

Tags: #T20India vs EnglandTilak VarmaVirat Kohli

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025