• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 19, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তদন্ত সম্পূৰ্ণ নোহোৱাকৈ কেনেকৈ পালে লাখ-লাখ টকাৰ ক্লেইম? বিপদত বীমা কোম্পানী!

Nation NE by Nation NE
January 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
তদন্ত সম্পূৰ্ণ নোহোৱাকৈ কেনেকৈ পালে লাখ-লাখ টকাৰ ক্লেইম? বিপদত বীমা কোম্পানী!
Share on FacebookShare on TwitterWhatsApp

কিছুদিন পূৰ্বে নিজ বাসগৃহতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা বলিউড অভিনেতা ছেইফ আলী খানৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পূৰ্বেই বীমা কোম্পানীয়ে লাখ লাখ টকাৰ ‘ক্লেইম’ আদায় দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া এই বিষয়টো প্ৰশ্নৰ আওতালৈ আহিছে। AMC অৰ্থাৎ এছ’চিয়েশ্যন অৱ মেডিকেল কনচালটেণ্টে IRDAI অৰ্থাত ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষক এটা প্ৰশ্ন কৰিছে যে গোচৰৰ তদন্ত সম্পূৰ্ণ নকৰাকৈ অভিনেতাজনৰ চিকিৎসালয়ৰ ‘ক্লেইম’ কেনেকৈ সহজে গৃহীত হ’ল?

এনে পৰিস্থিতিত বীমা কোম্পানীটোৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাৰ লগতে সমালোচনাৰো সন্মুখীন হৈছে কোম্পানীটো।

ছ’চিয়েল মিডিয়াত সাধাৰণ জনতাই প্ৰশ্ন কৰিছে যে ছেইফ আলী খানৰ ক্ষেত্ৰত এই ‘ক্লেইম’ অতি সহজ আৰু অতি ক্ষীপ্ৰতাৰে গৃহীত হৈছিল। যিহেতু সাধাৰণ জনতাৰ লগত এনে নহয়, সাধাৰণ লোকৰ ‘ক্লেইম’ গৃহীত হ’বলৈ বহু সময় অপেক্ষা কৰিবলগীয়া হয়। সাধাৰণ লোকে এই ঘটনাটোক বৈষম্যৰ গোচৰ বুলি অভিহিত কৰিছে।

বিভিন্ন প্ৰশ্ন উত্থাপন হোৱাত এতিয়া এই বিষয়টো সন্দৰ্ভত IRDAI-এ কি স্পষ্টীকৰণ দিয়ে সেয়া লক্ষ্যণীয় হ’ব। কাৰণ AMC এ IRDAIক প্ৰশ্ন কৰিছে আৰু এতিয়া IRDAI এ অভিনেতাজনৰ বীমাৰ ‘ক্লেইম’ আদায় দিয়া বীমা কোম্পানীটোক প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে।

AMC-এ লিখা পত্ৰখনত ইয়াক চিকিৎসা বীমা উদ্যোগত বৈষম্যৰ উদাহৰণ হিচাপে আখ্যা দিয়া হৈছে। পত্ৰখনত কোৱা হৈছে যে হাই প্ৰফাইল লোক আৰু কৰ্পৰেট পলিচিধাৰীয়ে প্ৰায়ে বিপুল ধনৰ দাবী সহজেই পায়। কিন্তু সাধাৰণ জনতাই একেধৰণৰ দাবী পাবলৈ বহু সময় অপেক্ষা কৰে। এনেকুৱা কিয় হয়?

উল্লেখ্য যে, কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছিল য’ত কোৱা হৈছিল যে ছেইফ আলী খানৰ হাস্পতালৰ বিল প্ৰায় ৩৬ লাখ টকা, ইয়াৰে ২৫ লাখৰ বীমা ‘ক্লেইম’ তৎক্ষণাত গৃহীত হৈছিল। এই ঘটনা ভাইৰেল হোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত সাধাৰণ ৰাইজৰ মাজত ক্ষোভ দেখা গৈছে।

Tags: Health InsuranceInsuranceSaif Ali Khan

Related Posts

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

December 19, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 19, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 19, 2025
ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

December 18, 2025
বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

শীৰ্ষ সংবাদ

‘শুল্ক মোৰ প্ৰিয়, ১০ মাহৰ পিছত মই…’, ড’নাল্ড ট্ৰাম্প ডাঙৰ দাবী

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025