• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মিছাৰ এটা আয়ুস থাকে… দিল্লীত এইবাৰ পৰিৱৰ্তন হ’ব : গৃহমন্ত্ৰী অমিত শ্বাহ

Nation NE by Nation NE
January 28, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিজেপিৰ প্ৰতিশ্ৰুতি; দেৱালী-ৰাখীবন্ধনত বিনামূলীকৈ দিব গেছ চিলিণ্ডাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কস্তুৰবা নগৰ বিধানসভা সমষ্টিত এখন বিশাল ৰোড শ্ব’ত অংশ লয়। এই ৰোড শ্ব’ৰ পিছতে অমিত শ্বাহে দিয়া এটা সাক্ষাৎকাৰত কয় যে বিগত ১০ বছৰত সাধাৰণ জনতাই সকলো কথা গম পালে, এইবাৰ দিল্লীত পৰিৱৰ্তন হ’ব।

সাক্ষাৎকাৰটোত তেওঁ কয়, এইবাৰ নিশ্চিতভাৱে পৰিৱৰ্তন হ’ব। মিছাৰ এটা আয়ুস থাকে, কিন্তু দিল্লীত এই মিছা বহুত দিন জীয়াই থাকিল। ১০ বছৰ পাৰ হৈ গ’ল, জনসাধাৰণে সকলো জানে আৰু এইবাৰ তেওঁলোকে এটা পৰিৱৰ্তন আনিবলৈ সাজু হৈছে।

বিজেপিয়ে আম আদমি পাৰ্টীৰ প্ৰতিশ্ৰুতি নকল কৰাৰ অভিযোগ সন্দৰ্ভত শ্বাহে কয় যে ইয়াত নকলৰ কোনো প্ৰশ্নই নুঠে। কিছু প্ৰতিশ্ৰুতি একে হ’ব পাৰে। অৱশ্যে তেওঁ এটাও প্ৰতিশ্ৰুতি পূৰ্ণ নকৰিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিব।

দিল্লীত অলেখ দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি শ্বাহে কয় যে আন্নাৰ নাম লৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি ৰাজনীতিলৈ আহিছিল অৰবিন্দ কেজৰিৱাল। কিন্তু শাসনত আহি তেওঁ নিজেই দুৰ্নীতিত লিপ্ত হ’ল।

শ্বাহে লগতে এইবাৰৰ নিৰ্বাচনত শাসনাধিষ্ঠ আম আদমি পাৰ্টিয়ে শোচনীয়ভাৱে পৰাস্ত হ’ব বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। এটা পৰ্যায়তে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগণনা হ’ব ৮ ফেব্ৰুৱাৰীত।

Tags: #AAP#Arvind KejriwalAmit ShahDelhi Assembly Election

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025