• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দিল্লীস্থিত বাসগৃহত নিৰ্বাচন আয়োগৰ দল

Nation NE by Nation NE
January 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ধন ঘটিবলৈ ৰাজনীতিত প্ৰৱেশ কৰা নাই : ভগৱন্ত মান
Share on FacebookShare on TwitterWhatsApp

দিল্লীস্থিত কাপুৰথালা হাউচত থকা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ঘৰত নিৰ্বাচন আয়োগৰ এটা দলে তালাচী চলোৱাৰ খবৰ লাভ কৰা গৈছে। তালাচী চলোৱা বিষয়াসকলে জনোৱা অনুসৰি এয়া কোনো অভিযান নহয়, বৰঞ্চ বিজেপিৰ সাংসদ ৰৱনীত বিট্টুৱে দাখিল কৰা এজাহাৰৰ ভিত্তিতহে তদন্ত চলোৱা হৈছে।

নিৰ্বাচন আয়োগে চিভিজিল এপত ভগৱন্ত মানৰ বিৰুদ্ধে এজাহাৰ লাভ কৰিছিল।

এই খবৰ লাভ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে আম আদমী পাৰ্টি। দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই তাক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰযোগে কয়, ‘দিল্লী আৰক্ষীয়ে ভগৱন্ত মানৰ দিল্লীস্থিত ঘৰত ৰেইড মাৰিবলৈ গৈছে। বিজেপিয়ে দিন দুপৰতে টকা, জোতা, চাদৰ বিতৰণ কৰি আছে- সেইবোৰ নেদেখে কিন্তু জনসধাৰণে নিৰ্বাচিত কৰা এজন মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰেইড মাৰিবলৈ গৈছে। ৱাহ বিজেপি! দিল্লীবাসীয়ে ৫ তাৰিখে উত্তৰ দিব!’

উল্লেখ্য যে, আম আদমী পাৰ্টিয়ে এই ঘটনাটোক ডাঙৰ নিৰ্বাচনী ইচ্ছ্যু কৰাৰ চেষ্টা কৰিব। অৱশ্যে বিজেপিকে ধৰি কংগ্ৰেছ দলে দিল্লী নিৰ্বাচনত পঞ্জাৱ চৰকাৰে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

Tags: #AAPBhagwant MannElection CommissionPunjab

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025