• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেৱল দেশৰ বাবে নহয় বাজেটত কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ বাবেও আহিল ভাল খবৰ

Nation NE by Nation NE
February 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
কেৱল দেশৰ বাবে নহয় বাজেটত কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ বাবেও আহিল ভাল খবৰ
Share on FacebookShare on TwitterWhatsApp

শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰে। এই বাজেটত ৫০,৬৫,৩৪৫ কোটি টকা ব্যয়ৰ কল্পনা কৰা হৈছে। এই ধনৰাশি চলিত বিত্তীয় বৰ্ষতকৈ ৭.৪ শতাংশ অধিক।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বিদেশলৈ সাহায্যৰ বাবে ৫৪৮৩ কোটি টকা আবণ্টন দিছে, যিটো যোৱা বছৰৰ তুলনাত কিছু কম। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুঠ বাজেট ২০,৫১৬ কোটি টকা।

কোন দেশৰ বাবে কিমান আৱণ্টন

তালিকাৰ শীৰ্ষত আছে ভূটান

২০২৫-২৬ চনত ভাৰতে ভূটানক সৰ্বাধিক সহায় আগবঢ়াব। ভূটানে লাভ কৰিব ২১৫০ কোটি টকা। যোৱা বছৰৰ ২০৬৮ কোটিতকৈ অধিক।

মালদ্বীপ

মালদ্বীপৰ বাবে ভাৰতৰ আবণ্টন ৪০০ কোটিৰ পৰা ৬০০ কোটিলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জোৱে নিৰ্বাচনত জয় লাভ কৰাৰ পিছতে ভাৰতৰ সৈতে সম্পৰ্ক কিছু অৱনতি হৈছিল শেহতীয়াকৈ মালদ্বীপে নতুন দিল্লীৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আফগানিস্তান

যোৱা বছৰ আফগানিস্তানক ২০০ কোটি টকাৰ সাহায্য দিয়া হৈছিল। কিন্তু ২০২৫-২৬ বৰ্ষত ১০০ কোটি টকালৈ হ্ৰাস কৰা হৈছে। দুবছৰ পূৰ্বে দিয়া ২০৭ কোটি টকাৰ তুলনাত এয়া বহু কম।

ম্যানমাৰলৈ সাহায্য বৃদ্ধি

২০২৫-২৬ বৰ্ষৰ বাবে ৩৫০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বৰ্ষত আছিল ২৫০ কোটি টকা। দেশত অব্যাহত থকা অস্থিৰতাৰ মাজতে এই বৃহত আৱণ্টনে নিশ্চিতভাৱে দেশখনক যথেষ্ট পৰিমানে সকাহ প্ৰদান কৰিব।

অন্য দেশলৈ আবণ্টন

ইফালে ভাৰতে নেপালৰ বাবে আবণ্টন দিছে ৭০০ কোটি টকা। সংকটগ্ৰস্ত প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকাৰ বাবে আবণ্টন ২৪৫ কোটিৰ পৰা ৩০০ কোটিলৈ বৃদ্ধি কৰা হৈছে। যোৱা বছৰ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পিছত দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা কূটনৈতিক মতানৈক্যৰ মাজতে ঢাকাক দিয়া সাহায্যৰ পৰিমাণ অপৰিৱৰ্তিত হৈ আছে অৰ্থাত ১২০ কোটি টকা।

Tags: BangladeshIndiaMyanmarSri Lanka

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025