• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 18, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ অসম

কৰুণ! কাছাৰৰ উধাৰবন্ধত ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু

Nation NE by Nation NE
July 2, 2024
in অসম, BIG BREAKING, Top News
0 0
কৰুণ! কাছাৰৰ উধাৰবন্ধত ঘৰৰ দেৱাল খহি পিতা-পুত্ৰৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

কাছাৰৰ চলতাকান্দিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত এটা ঘৰৰ মাটিৰ দেৱাল খহি পৰাৰ ফলত এটি ৬ মহীয়া শিশুসহ দুজনৰ মৃত্যু হৈছে।

মৃত ৬ মহীয়া শিশুটিৰ নাম আশিফ উদ্দিন আৰু আনজন মৃতকক আজিৰ উদ্দিন বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি আজি পুৱতি নিশা এই কৰুণ ঘটনাটো সংঘটিত হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, এই ভয়ংকৰ কাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰটোত আছিল শিশু আৰু মহিলাসহ ৯ জনীয়া এটা পৰিয়াল। পুৱা শুই থকা অৱস্থাত হঠাৎ ঘৰৰ মাটিৰ দেৱাল খহি পৰাৰ ফলত মাটিৰ তলত আৱদ্ধ হৈ পৰে ৯ জনীয়া পৰিয়ালটো।

এই ঘটনাত থিতাতে মৃত্যু হয় ৬ মহীয়া শিশু আৰু ৩৫ বছৰীয়া এজন লোকৰ। কৰুণ ঘটনাটোত মৃত্যু হোৱা দুয়োজন আছিল পিতা-পুত্ৰ। ইফালে আহত হয় পৰিয়ালৰ আন সদস্যসকল।

ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় লোকসকলে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশ্যে স্থানীয় লোকসকলে দুজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল যদিও পৰিয়ালটোৰ আন সদস্যসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Tags: #Cachar#HeavyRain#WallCollapsed

Related Posts

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা
Top News

December 18, 2025
বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 18, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 18, 2025

শীৰ্ষ সংবাদ

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025