• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home উত্তৰ পূৱ

প্ৰধান মন্ত্ৰীয়ে সদনত মণিপুৰৰ কথা ক’লে মই মনে মনে থাকিম : আংগোমচা আকয়জাম

লোকসভাত মণিপুৰৰ নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদৰ উত্তাল ভাষণ

Nation NE by Nation NE
July 2, 2024
in উত্তৰ পূৱ, মণিপুৰ
0 0
প্ৰধান মন্ত্ৰীয়ে সদনত মণিপুৰৰ কথা ক’লে মই মনে মনে থাকিম : আংগোমচা আকয়জাম

সংসদত ভাষণৰত অৱস্থাত ড° আংগোমচা বিমোল আকয়জাম।

Share on FacebookShare on TwitterWhatsApp

বিগত প্ৰায় এটা বছৰে মণিপুৰৰ ঘটনাই উত্তাল কৰি ৰাখিছে কেন্দ্ৰীয় সদন। ৰাজ্যখনৰ হিংসাত্মক ঘটনাক লৈ চৰকাৰী পক্ষৰ মৌনতাৰ বিপৰীতে বিৰোধী পক্ষই প্ৰায়েই ইয়াক এটা ৰাজনৈতিক ইচ্ছু হিচাপে ব্যৱহাৰ কৰি আহিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় নেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰি মণিপুৰৰ কংগ্ৰেছ সাংসদ ড° আংগোমচা বিমোল আকয়জামে দাবী কৰে যে মণিপুৰ সংকটক লৈ কেন্দ্ৰীয় চৰকাৰৰ নীৰৱতা কোনো অনন্য ঘটনা নহয়। বৰঞ্চ ই ঔপনিৱেশিক ধাৰাবাহিকতাৰ প্ৰতিফলন।

ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ড° আংগোমচা আকয়জামে সোমবাৰে ধন্যবাদ প্ৰস্তাৱ গ্ৰহণ কৰাৰ সময়ত সংসদত মণিপুৰৰ সংকট সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ নীৰৱতা আৰু মণিপুৰ সংকট সন্দৰ্ভত ৰাষ্ট্ৰপতি গৰাকীয়েও ভাষণত কোনো কথা উত্থাপন নকৰাক ক্ষোভ প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে এই নীৰৱতা স্বাভাৱিক নহয়। এয়া বহু বিজ্ঞ লোকে কোৱাৰ দৰে ঔপনিৱেশিক কালৰ অৱসান হোৱাৰ পিছতো ঔপনিৱেশিকৰ ধাৰাবাহিকতা অক্ষুণ্ণ থকাৰ লক্ষণ।

ৰাজ্যখনৰ লোকসকলে যি বেদনা আৰু যন্ত্ৰণাৰ মাজেৰে পাৰ হৈ আহিছে তাৰ ওপৰত আলোকপাত কৰি সাংসদ গৰাকীয়ে কয় যে বিগত দিনবোৰত ৬০,০০০ তকৈও অধিক লোক গৃহহীন হৈছে তথা ২০০ জন লোকে প্ৰাণ হেৰুৱাইছে আছে সেয়া কোনো কৌতুক নহয়। ৰাজ্যখনত গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত জনতা অস্ত্ৰ হাতত তুলি ল’বলৈ বা ইজনে সিজনৰ সৈতে যুঁজ দিবলৈ আৰু নিজৰ গাওঁবোৰ ৰক্ষা কৰিবলৈ বাধ্য। কিন্তু বাকী ভাৰতীয় ৰাজ্য সমূহ এতিয়াও নীৰৱ দৰ্শক হিচাপে থিয় হৈ আছে।

আংগোমচা বিমোলে লগতে কয়, ‘মণিপুৰ এতিয়া দেশৰ আটাইতকৈ অধিক সেনা অধ্যুষিত অঞ্চল য’ত সশস্ত্ৰ আৰক্ষী তথা সশস্ত্ৰ বাহিনীৰ লোকৰ সংখ্যা অসামৰিক আৰক্ষীতকৈ অধিক। কিন্তু তৎস্বত্ত্বেও কেনেকৈ ৬০,০০০তকৈও অধিক লোক গৃহহীন হোৱাৰ উপৰি হাজাৰ-হাজাৰ ঘৰ ধ্বংস হ’ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। অথচ আজিও আমাৰ প্ৰধানমন্ত্ৰী নীৰৱ হৈ আছে আৰু ৰাষ্ট্ৰপতি গৰাকীয়েও নিজৰ ভাষণত মণিপুৰৰ কোনো কথা উল্লেখ নকৰিলে। প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয়তাবাদী দল সমূহে যদিহে এবাৰকৈ কয় যে মণিপুৰ ভাৰতৰ অংশ আৰু আমি ৰাজ্যখনৰ জনসাধাৰণৰ বাবে চিন্তা কৰোঁ তেন্তে সেইখিনি সময় মই মনে মনে থাকিম।’

অশোক চক্ৰ প্ৰাপ্ত মেজৰ লাইশ্ৰাম জোটিন, বীৰ চক্ৰ প্ৰাপ্ত নগাংগোম জয়দত্ত, মেৰী কম, কুঞ্জৰানী, লাইশ্ৰাম সৰিতা, মীৰাবাঈ চানু, ৰতন থিয়াম, অৰিবাম শ্যাম শৰ্মাৰ দৰে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা মণিপুৰী লোক সকলৰ অৱদানৰ কথা স্মৰণ কৰি সাংসদ গৰাকীয়ে লগতে প্ৰকাশ কৰে যে মণিপুৰৰ সংকটৰ বিষয়ে চিন্তা নকৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ জনতাক অসন্মান কৰিছে।

বিমোলে চৰকাৰী পক্ষক হৃদয়ত হাত থৈ এই সংকটৰ সময়ত বিধৱা হোৱা মহিলা আৰু ৬০,০০০ গৃহহীন লোকৰ কথা চিন্তা কৰিবলৈ আহ্বান জনাই কয় যে এনে কাম কৰাৰ পিছতহে নিজক ৰাষ্ট্ৰীয়তাবাদী বুলি দাবী কৰাৰ বাবে আপোনালোকৰ নৈতিক অধিকাৰ থাকিব।

Tags: #AngomchaBimolAkoijam#Congress#Manipur

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 24, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

April 23, 2026
‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে
Top News

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

April 22, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025