• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ পথ দুৰ্ঘটনা; মহাকুম্ভৰ পৰা ওভতা ৭ ভক্তৰ মৃত্যু, গুৰুতৰভাৱে আহত দুজন

Nation NE by Nation NE
February 11, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ পথ দুৰ্ঘটনা; মহাকুম্ভৰ পৰা ওভতা ৭ ভক্তৰ মৃত্যু, গুৰুতৰভাৱে আহত দুজন
Share on FacebookShare on TwitterWhatsApp

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ পৰা উভতি অহা পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত হায়দৰাবাদৰ ৭ গৰাকী ভক্তৰ মৃত্যু হৈছে। মধ্য প্ৰদেশৰ ছিহৰাৰ সমীপৱৰ্তী ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাটোত আন দুজন লোক আহত হোৱা বুলিও জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটি লোৱা লোকসকল মেডচাল মালকাজগিৰি অঞ্চলৰ পৰা মহাকুম্ভ মেলালৈ আহিছিল।

লাভ কৰা খবৰ অনুসৰি, আজি ৰাতিপুৱা প্ৰায় ৯.১৫ বজাত মোহলা-বাৰগিৰ সমীপত ভক্তসকলে আহি থকা বাহনখনে এখন ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দিয়ায়। এই খুন্দাৰ ফলত ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হোৱা লোক দুজনক স্থানীয় প্ৰশাসনে হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি স্থানীয় প্ৰশাসনৰ কিছু বিষয়া ঘটনাস্থলত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ বুজ লোৱাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

কি কাৰণত তথা কাৰ ভুলৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ’ল সেই কথা এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

Tags: #AccidentHyderabadMadhya PradeshMaha Kumbh

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025