• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজ্যত বানৰ সংহাৰী ৰূপ : এতিয়ালৈ ৩৮ জনতকৈও অধিক লোকৰ মৃত্যু

বানৰ ফলত প্ৰভাৱিত হৈছে ৮,৩২, ০৯৯টা পশুধন

Nation NE by Nation NE
July 3, 2024
in Top News, অসম
0 0
ৰাজ্যত বানৰ সংহাৰী ৰূপ : এতিয়ালৈ ৩৮ জনতকৈও অধিক লোকৰ মৃত্যু

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিগত প্ৰায় এমাহ ধৰি ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ভয়ংকৰ বানপানীৰ ফলত এতিয়ালৈকে ৩৮ জন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে। উদ্বেগজনক ভাৱে যোৱা ২৪ ঘণ্টাত পানীত পৰি আৰু তিনিজন লোকে মৃত্যুক সাৱটি ল’ব লগা হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) মতে এই তিনিজন লোকৰ ভিতৰত দুজনৰ ঘৰ তিনিচুকীয়া জিলাত আৰু এজনৰ ঘৰ ধেমাজি জিলাত।

বানৰ ফলত ২৮খন জিলাৰ ১১.৩৪ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে। আটাইতকৈ বেছি প্ৰভাৱিত জিলাবোৰৰ ভিতৰত আছে লখিমপুৰ, দৰং, আৰু গোলাঘাট। কেৱল লখিমপুৰতেই ১৬৫,৩১৯ জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। ইয়াৰ বিপৰীতে দৰং জিলাত ১৪৭,১৪৩ জন আৰু গোলাঘাটত ১০৬,৪৮০ জন লোকক বানে ক্ষতিগ্ৰস্ত কৰিছে।

তদুপৰি ৪২,৪৭৬ হেক্টৰ খেতিৰ এলেকা প্লাবিত হৈছে আৰু ৮৪টা ৰাজহ চক্ৰৰ অধীনৰ ২,২০৮ খন গাঁও বানে প্ৰভাৱিত কৰিছে। ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, বুঢ়ীদিহিং, দিখৌ, দিচাং, ধনশিৰি (এছ), জিয়া-ভৰলী, পুঠিমাৰী, কপিলি, বেঁকী, কুশিঁয়াৰা, বৰাক আৰু ধেলেশ্বৰীৰ দৰে ৰাজ্যৰ প্ৰধান নদী সমূহ বিভিন্ন স্থানত বিপদসীমাৰ ওপৰেৰে বৈ আছে।

প্ৰশাসনে ৪৮৯টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে সুৰক্ষাৰ বাবে যাৱতীয় সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সৰ্বমুঠ প্ৰায় ২.৮৭ লাখ লোকে এই শিবিৰসমূহত আশ্ৰয় লৈ আছে। ইয়াৰ উপৰি বহু বানপীড়িত লোকে ওখ ঠাই, বিদ্যালয় বা ৰাস্তা আৰু দলঙত আশ্ৰয় গ্ৰহণ কৰিছে।

স্থানীয় প্ৰশাসন, সেনা তথা অৰ্ধসামৰিক বাহিনী আৰু এছডিআৰএফৰ সহায়ত উদ্ধাৰ অভিযান চলি আছে। বিগত মঙলবাৰে বিভিন্ন বানপীড়িত অঞ্চলৰ পৰা প্ৰায় ২,৯০০ গৰাকী লোকক উদ্ধাৰ কৰা হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জনসাধাৰণৰ মাজত ১০,৭৫৪.৯৮ কুইন্টল চাউল, ১,৯৫৮.৮৯ কুইন্টল দাইল, ৫৫৪.৯১ কুইন্টল নিমখ আৰু ২৩,০৬১.৪৪ লিটাৰ সৰিয়হৰ তেল বিতৰণ কৰিছে। প্ৰয়োজন সাপেক্ষে অঞ্চলভেদে পশুধনৰ বাবে খাদ্যও প্ৰদান কৰা হৈছে।

বানপানীৰ ফলত ৮,৩২,০৯৯টা পশুধন প্ৰভাৱিত হৈছে। ৭৪টা পথ, ৬ খন দলং আৰু ১৪টা মাথাউৰি ক্ষতিগ্ৰস্ত হৈছে তথা ৫টা মাথাউৰি সম্পূৰ্ণৰূপে ভাঙি গৈছে। গতিকে এই সংকটজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰশাসন আৰু চৰকাৰৰ সহায় বিচাৰিছে বানপীড়িত জনতাই।

Tags: #Assam#Flood

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025