• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হেমন্ত চোৰেন

Nation NE by Nation NE
July 3, 2024
in ৰাষ্ট্ৰীয়, ৰাজনীতি
0 0
পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হেমন্ত চোৰেন
Share on FacebookShare on TwitterWhatsApp

ৰাঁচি জেইলৰ পৰা মুক্তি লাভ কৰাৰ পিছত পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’বলৈ সাজু হৈছে হেমন্ত চোৰেন। আজি অনুষ্ঠিত হ’বলগীয়া ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ জে এম এমৰ বিধায়কৰ বৈঠকত হেমন্ত চোৰেনক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিব বুলি ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা ঝাৰখণ্ডৰ মন্ত্ৰী সত্যানন্দ ভোক্তাই জানিবলৈ দিয়ে।

বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে বৰ্তমানৰ মুখ্যমন্ত্ৰী চম্পাই চোৰেনে নিজৰ পদবীৰ পৰা পদত্যাগ কৰিব আৰু তাৰ পিছতেই হেমন্ত চোৰেনে পুনৰবাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব। চোৰেনৰ লগতে আন কেইবাজনো নেতাই মন্ত্ৰীৰূপে শপত লোৱাৰ সম্ভাৱনা আছে।

জেইলৰ পৰা জামিনত মুক্তি পোৱা হেমন্ত চোৰেনৰ নেতৃত্বত এইখনেই প্ৰথম আনুষ্ঠানিক বৈঠক। কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছৰে পৰা হেমন্ত চোৰেনে পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াত অন্তৰ্ভুক্ত সকলো ৰাজনৈতিক দলৰ নেতা তথা বিধায়কসকলক আজিৰ বৈঠকত উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী চম্পাই চোৰেনেও ইতিমধ্যে আজিৰ সকলো কাৰ্যসূচী বাতিল কৰিছে।

উল্লেখ্য যে, ভূমি কেলেংকাৰি গোচৰত পাঁচমাহ পূৰ্বে গ্ৰেপ্তাৰ হোৱা হেমন্ত চোৰেনক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে যোৱা ২৮ জুনত জামিন প্ৰদান কৰিছিল। চলিত বৰ্ষৰ ৩১ জানুৱাৰিৰ নিশা প্ৰৱৰ্তন সঞ্চালকালয়ে দীৰ্ঘ সময় ধৰি চলোৱা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

Tags: #ChiefMinister#HematSoren#Jharkhand

Related Posts

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী
Top News

December 13, 2025
গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

December 10, 2025
খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025