• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, September 10, 2025
29 °c
Guwahati
28 ° Thu
27 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আজি ভাৰতৰ বাবে এটা ক’লা দিন, পুলৱামা কাণ্ডই অতিক্ৰম কৰিলে ৬টাকৈ বছৰ

      Nation NE by Nation NE
      February 14, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আজি ভাৰতৰ বাবে এটা ক’লা দিন, পুলৱামা কাণ্ডই অতিক্ৰম কৰিলে ৬টাকৈ বছৰ
      Share on FacebookShare on TwitterWhatsApp

      আজি ১৪ ফেব্ৰুৱাৰী। ভেলেণ্টাইন ডে’। কিন্তু আজিৰ এই দিনটোতে ২০১৯ চনত জম্মু–কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছিল ৪০জনকৈ বীৰজোৱান। সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হৈছিল চি আৰ পি এফৰ এই ৪০জন বীৰ জোৱান।

      জম্মু–শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ কনভয়ৰ ওপৰত হৈছিল এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ–ই–মহম্মদৰ সন্ত্ৰাসবাদী সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীয়ে বিস্ফোৰকভৰ্তি বাহনেৰে চি আৰ পি এফৰ কনভয়ৰ বাহনত প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ।

      এই আক্ৰমণৰ কথা স্বীকাৰ কৰে পাকিস্তানৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে৷ সংগঠনটোৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে এখন বিস্ফোৰক ভৰ্তি বাহনেৰে চিআৰপিএফৰ কনভয়ৰ বাহনত খুন্দিওৱাৰ ফলত সংঘটিত হয় উক্ত বিস্ফোৰণটো।

      জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ অৱন্তীপুৰৰ লেথপুৰ অঞ্চলত সংঘটিত হৈছিল এই আক্ৰমণ। এই আত্মঘাতী আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান নিহত হৈছিল। আজি সমগ্ৰ দেশজুৰি সেই ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱানসকলক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে৷ নেশ্চ্যন এন ইৰ তৰফৰ পৰাও সেই ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা বীৰ যোদ্ধাসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷

      Tags: IndiaJammu KashmirPulwama

      Related Posts

      আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল
      Top News

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      September 10, 2025
      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025

      শীৰ্ষ সংবাদ

      কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist