‘অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানী সেনাৰ সৈতে থিয় দিছিল কংগ্ৰেছে’ মঙলদৈৰ সভাত মোদীৰ ডাঙৰ মন্তব্য
দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মঙলদৈৰ সভাত অংশগ্ৰহণ...













