Sunday, April 26, 2026
23 °c
Guwahati
22 ° Mon
21 ° Tue
Language -
অসমীয়া
  • English
Nation NE

Nation NE

দুৰ্গা পূজাৰ পূৰ্বে ৬ খনকৈ জিলাত তীব্ৰ বৰষুণ, বহুকেইখন জিলাত Yellow এলাৰ্ট জাৰি…

দুৰ্গা পূজাৰ পূৰ্বে ৬ খনকৈ জিলাত তীব্ৰ বৰষুণ, বহুকেইখন জিলাত Yellow এলাৰ্ট জাৰি…

বতৰ বিভাগে ১২ ছেপ্তেম্বৰত বিহাৰৰ ছয়খন জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে। কিষানগঞ্জ আৰু সীতামহীত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকাৰ বিপৰীতে...

GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…

নিজৰ মাজতে কাজিয়া নেপালৰ GEN Z গোটৰ, প্ৰধানমন্ত্ৰী পদৰ বাবে মতবিৰোধ

নেপালত দুৰ্নীতি আৰু ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পিছত ক্ষুব্ধ GEN Z য়ে ৰাজপথলৈ ওলাই আহি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক...

গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গৌৰৱৰ পাকিস্তান লিংক! সামাজিক মাধ্যমত বিশেষ প’ষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসম প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰতিবেদন দাখিল কৰিছে...

মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

ছিপাঝাৰৰ নাৰিকলিত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা ত্ৰিপ'ল মাৰ্ডাৰৰ ঘটনা। এটা পৰিয়ালৰ তিনিজন সদস্যক অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ খবৰ...

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু

ছত্তীশগড়ৰ গৰিয়াবন্দত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘটিত হৈছে ভয়ংকৰ সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মাওবাদীৰ শীৰ্ষ নেতা মনোজ ওৰফে বালকৃষ্ণকে ধৰি...

পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান

পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান

বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পঞ্জাৱত বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। পৰিস্থিতি ইমানেই জটিল ৰূপ ধাৰণ কৰিছে যে...

বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…

বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…

গুজৰাট উচ্চ ন্যায়ালয়ে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ সাংসদ ইউছুফ পাঠান ডাঙৰ আঘাত দিয়ে। বদোদৰাৰ টাণ্ডালজা অঞ্চলৰ ভূমি...

নেপালত ক্ৰমাগতভাৱে হ্ৰাস হিন্দুৰ জনসংখ্যা, মুছলমান জনসংখ্যা বৃদ্ধি, জানক সম্পূৰ্ণ পৰিসংখ্যা…

নেপালত ক্ৰমাগতভাৱে হ্ৰাস হিন্দুৰ জনসংখ্যা, মুছলমান জনসংখ্যা বৃদ্ধি, জানক সম্পূৰ্ণ পৰিসংখ্যা…

বৰ্তমান প্ৰতিবাদৰ বাবে নেপালৰ পৰিৱেশ যথেষ্ট উত্তেজিত হৈ পৰিছে। কিন্তু নেপালৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাহিৰে ইয়াৰ জনসংখ্যা আৰু জন্মৰ হাৰৰ কথা...

মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*

মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*

ফ্ৰান্সত চলি থকা ৰাজনৈতিক অচলাৱস্থাৰ মাজতে মঙলবাৰে ৰাজধানী পেৰিছ আৰু ইয়াৰ আশে-পাশে থকা ৯টা মছজিদৰ বাহিৰত গাহৰিৰ ছিন্ন মু*ণ্ড উদ্ধাৰ...

Page 126 of 544 1 125 126 127 544

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist