• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

Nation NE by Nation NE
July 12, 2024
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ৰাতিপুৱা নেপালত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত দুখন যাত্ৰীবাহী বাছ নদীত পৰি যোৱাৰ ফলত কমেও ৬৩ জন যাত্ৰী নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি চিতৱান জিলাৰ ছিমলতাল অঞ্চলৰ নাৰায়ণঘাট-মুগলিং পথত সংঘটিত হয় এই ঘটনা। অকস্মাতে হোৱা ভূমিস্খলনৰ ফলত বাছ দুখন ত্ৰিশূলী নদীত পৰি যোৱা বুলি জানিব পৰা গৈছে।

কিছু দিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণ ফলত ত্ৰিশূলী নদীৰ বক্ষ ওফন্দি উঠাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱাত যথেষ্ট বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল।

চিতৱানৰ মুখ্য জিলা বিষয়া ইন্দ্ৰদেৱ যাদৱে সংবাদ মাধ্যমক কয়, ‘প্ৰাথমিক তথ্য অনুসৰি বাছ চালককে ধৰি দুয়োখন বাছতে মুঠ ৬৩জন লোক আছিল। পুৱতি নিশা প্ৰায় ৩:৩০ বজাত হোৱা ভূমিস্খলনত বাছ দুখন নদীত পৰি যায়। আমি ঘটনাস্থলত আছো আৰু অনুসন্ধান অভিযান অবিৰতভাৱে চলি আছে। ধাৰাসাৰ বৰষুণৰ বাবে বাছ দুখনৰ সন্ধান উলিওৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছো’।

ইফালে এই ঘটনাত দুখ প্ৰকাশ কৰি নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে এক্সযোগে কয় যে নাৰায়ণগড়-মুগলিং পথৰ অংশত হোৱা ভূমিস্খলনৰ ফলত দুখন বাছ নৈত পৰি যায়। এই ঘটনাত প্ৰায় পাঁচ ডজন যাত্ৰী নিৰুদ্দেশ হৈ পৰে। মই গভীৰ শোক প্ৰকাশ কৰিছো। যাত্ৰীসকলক বিচাৰি উলিয়াবলৈ গৃহ প্ৰশাসনকে ধৰি চৰকাৰৰ সকলো সংস্থাক নিৰ্দেশ প্ৰদান কৰিছো।

Tags: #Accident#Landslide#NepalBusMissing

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025