• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

Nation NE by Nation NE
July 12, 2024
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন বাছ, ৬৩জন যাত্ৰী নিৰুদ্দেশ

সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

শুকুৰবাৰে ৰাতিপুৱা নেপালত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ ফলত দুখন যাত্ৰীবাহী বাছ নদীত পৰি যোৱাৰ ফলত কমেও ৬৩ জন যাত্ৰী নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি চিতৱান জিলাৰ ছিমলতাল অঞ্চলৰ নাৰায়ণঘাট-মুগলিং পথত সংঘটিত হয় এই ঘটনা। অকস্মাতে হোৱা ভূমিস্খলনৰ ফলত বাছ দুখন ত্ৰিশূলী নদীত পৰি যোৱা বুলি জানিব পৰা গৈছে।

কিছু দিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণ ফলত ত্ৰিশূলী নদীৰ বক্ষ ওফন্দি উঠাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলোৱাত যথেষ্ট বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দল।

চিতৱানৰ মুখ্য জিলা বিষয়া ইন্দ্ৰদেৱ যাদৱে সংবাদ মাধ্যমক কয়, ‘প্ৰাথমিক তথ্য অনুসৰি বাছ চালককে ধৰি দুয়োখন বাছতে মুঠ ৬৩জন লোক আছিল। পুৱতি নিশা প্ৰায় ৩:৩০ বজাত হোৱা ভূমিস্খলনত বাছ দুখন নদীত পৰি যায়। আমি ঘটনাস্থলত আছো আৰু অনুসন্ধান অভিযান অবিৰতভাৱে চলি আছে। ধাৰাসাৰ বৰষুণৰ বাবে বাছ দুখনৰ সন্ধান উলিওৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছো’।

ইফালে এই ঘটনাত দুখ প্ৰকাশ কৰি নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে এক্সযোগে কয় যে নাৰায়ণগড়-মুগলিং পথৰ অংশত হোৱা ভূমিস্খলনৰ ফলত দুখন বাছ নৈত পৰি যায়। এই ঘটনাত প্ৰায় পাঁচ ডজন যাত্ৰী নিৰুদ্দেশ হৈ পৰে। মই গভীৰ শোক প্ৰকাশ কৰিছো। যাত্ৰীসকলক বিচাৰি উলিয়াবলৈ গৃহ প্ৰশাসনকে ধৰি চৰকাৰৰ সকলো সংস্থাক নিৰ্দেশ প্ৰদান কৰিছো।

Tags: #Accident#Landslide#NepalBusMissing

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025