• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
26 °c
Guwahati
26 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভূমি ক্ৰয়-বিক্ৰয়ক লৈ আহি গ’ল ৰাজ্য চৰকাৰৰ এছ অ’ পি

Nation NE by Nation NE
August 27, 2025
in BIG BREAKING, Top News, অসম
0 0
ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; আজিৰ পৰা হোটেল-ৰেষ্টুৰেণ্টত নিষিদ্ধ হ’ল এই মাংস

ফাইল ছবি

Share on FacebookShare on TwitterWhatsApp

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ সদৰি কৰে।

আজিৰ কেবিনেটে ভূমি ক্ৰয়-বিক্ৰয়ক লৈ গ্ৰহণ কৰে এটা ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা যিকোনো ধৰ্মৰ লোকে আন ধৰ্মৰ লোকক সহজতে মাটি বিক্ৰী কৰিব নোৱাৰিব। অৰ্থাত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰেহে ভূমি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব। অৱশ্যে এই সন্দৰ্ভত স্বধৰ্মৰ লোকৰ মাজত কোনো জটিলতা নাথাকিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে লোৱা সিদ্ধান্তটো হৈছে ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ট্ৰান্সফাৰ। ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ৰেগুলেট কৰাৰ বাবে আজি কেবিনেটে এখন এছঅ’পিত অনুমোদন জনায়।

এই এছঅ’পি অনুসৰি, ভূমি বিক্ৰীৰ বাবে প্ৰথম প্ৰস্তাৱ যাব এছডিচিলৈ। যদি স্বধৰ্মৰ লোকৰ মাজত ভূমি ক্ৰয় বা বিক্ৰী হয় তেন্তে ইয়াত কোনো জটিলতা নাই। যদি ধৰ্ম বেলেগ হয় তেন্তে সকলো পৰীক্ষা কৰাৰ পিছত প্ৰস্তাৱটো এছডিচিৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব।

এই প্ৰস্তাৱটো উপায়ুক্তই ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। পিছত ৰাজহ বিভাগে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চলৈ প্ৰস্তাৱটো প্ৰেৰণ কৰিব। স্পেচিয়েল ব্ৰাঞ্চে চাৰিটা দিশ পৰীক্ষা কৰি এছ বিয়ে পুনৰ চৰকাৰক জনাব, চৰকাৰে কথাখিনি উপায়ুক্তক জনাব আৰু উপায়ুক্তই মাটিখিনি সন্দৰ্ভত অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথাখিনি জনোৱাৰ লগতে এই ব্যৱস্থাটো ৰাজ্যৰ বাহিৰৰ এনজিঅ’ৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰে।

Tags: #AssamAssam CabinetHimanta Biswa SarmaInter Religion Land TransferLand PurchaseLand Transfer

Related Posts

ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025
আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

October 21, 2025

শীৰ্ষ সংবাদ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

আমেৰিকাত বুলডজাৰৰ একচন! ড’নাল্ড ট্ৰাম্পে কিয় হোৱাইট হাউছত ইয়াৰ নিৰ্দেশ দিলে?

কাৰ্যকৰী হ’ল ট্ৰাম্পৰ ৮৮ লাখ ভিছাৰ নিয়ম, কোনে ৰেহাই পাব? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025