• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভূমি ক্ৰয়-বিক্ৰয়ক লৈ আহি গ’ল ৰাজ্য চৰকাৰৰ এছ অ’ পি

Nation NE by Nation NE
August 27, 2025
in BIG BREAKING, Top News, অসম
0 0
ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; আজিৰ পৰা হোটেল-ৰেষ্টুৰেণ্টত নিষিদ্ধ হ’ল এই মাংস

ফাইল ছবি

Share on FacebookShare on TwitterWhatsApp

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ সদৰি কৰে।

আজিৰ কেবিনেটে ভূমি ক্ৰয়-বিক্ৰয়ক লৈ গ্ৰহণ কৰে এটা ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা যিকোনো ধৰ্মৰ লোকে আন ধৰ্মৰ লোকক সহজতে মাটি বিক্ৰী কৰিব নোৱাৰিব। অৰ্থাত বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰেহে ভূমি ক্ৰয় বা বিক্ৰয় কৰিব পাৰিব। অৱশ্যে এই সন্দৰ্ভত স্বধৰ্মৰ লোকৰ মাজত কোনো জটিলতা নাথাকিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে লোৱা সিদ্ধান্তটো হৈছে ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ট্ৰান্সফাৰ। ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ৰেগুলেট কৰাৰ বাবে আজি কেবিনেটে এখন এছঅ’পিত অনুমোদন জনায়।

এই এছঅ’পি অনুসৰি, ভূমি বিক্ৰীৰ বাবে প্ৰথম প্ৰস্তাৱ যাব এছডিচিলৈ। যদি স্বধৰ্মৰ লোকৰ মাজত ভূমি ক্ৰয় বা বিক্ৰী হয় তেন্তে ইয়াত কোনো জটিলতা নাই। যদি ধৰ্ম বেলেগ হয় তেন্তে সকলো পৰীক্ষা কৰাৰ পিছত প্ৰস্তাৱটো এছডিচিৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব।

এই প্ৰস্তাৱটো উপায়ুক্তই ৰাজহ বিভাগলৈ প্ৰেৰণ কৰিব। পিছত ৰাজহ বিভাগে অসম আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চলৈ প্ৰস্তাৱটো প্ৰেৰণ কৰিব। স্পেচিয়েল ব্ৰাঞ্চে চাৰিটা দিশ পৰীক্ষা কৰি এছ বিয়ে পুনৰ চৰকাৰক জনাব, চৰকাৰে কথাখিনি উপায়ুক্তক জনাব আৰু উপায়ুক্তই মাটিখিনি সন্দৰ্ভত অন্তিম সিদ্ধান্ত গ্ৰহণ কৰিব।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথাখিনি জনোৱাৰ লগতে এই ব্যৱস্থাটো ৰাজ্যৰ বাহিৰৰ এনজিঅ’ৰ ক্ষেত্ৰটো প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰে।

Tags: #AssamAssam CabinetHimanta Biswa SarmaInter Religion Land TransferLand PurchaseLand Transfer

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025