• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

Nation NE by Nation NE
July 4, 2025
in BIG BREAKING, Top News, অসম
0 0
বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা
Share on FacebookShare on TwitterWhatsApp

ৰোগীৰ সন্মতি অবিহনে কাছাৰৰ শিলচৰস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত বায়’পছি টেষ্টৰ সময়ত চিকিৎসকে এগৰাকী ২৮ বছৰীয়া যুৱকৰ গুপ্তাংগ আঁতৰাই দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।

শিলচৰৰ আৰ ই নামৰ ব্যক্তিগত হাস্পতালত সংঘটিত এই ভয়ংকৰ ঘটনাৰ পিছতে হাস্পতালখনৰ চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি, চুবুৰীয়া মণিপুৰ ৰাজ্যৰ এগৰাকী ২৮ বছৰীয়া ৰোগীৰ বায়’পছি টেষ্টৰ নামত হাস্পতালখনৰ এজন চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীজনৰ দেহৰ পৰা বিছিন্ন কৰে গুপ্তাংগ।

এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে ভুক্তভোগী ৰোগীজনে শিলচৰৰ ঘুংগুৰ আৰক্ষী চকীত চিকিৎসক ইডেন সিনহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

ভুক্তভোগী ৰোগীজনে চিকিৎসকজনৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা অভিযোগ।

জানিব পৰা মতে, কিছু দিন পূৰ্বে চুবুৰীয়া মণিপুৰৰ জিৰিবাম জিলাৰ আতিকুৰ ৰহমান নামৰ ৰোগীজনে গুপ্তাংগত হৈ থকা কিছু অসুবিধাৰ বাবে শিলচৰৰ আৰ ই হাস্পতাললৈ চিকিৎসাৰ বাবে আহিছিল।

ইয়াৰ পিছতে হাস্পতালখনৰ চিকিৎসক ডাঃ ইডেন সিনহাৰ নেতৃত্বত আতিকুৰ ৰহমানৰ আৰম্ভ হয় চিকিৎসা। ৰোগী জনৰ বিভিন্ন টেষ্ট কৰাৰ পাছত চিকিৎসক ইডেন সিনহায় কয় যে এতিয়া বায়’পছি টেষ্ট কৰাব লাগিব। ইয়াৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

উত্থাপিত অভিযোগ অনুসৰি বায়’পছি টেষ্টৰ নামত ৰোগীজনৰ গুপ্তাংগ কাটি পেলাই চিকিৎসক ইডেন সিনহাই।

ৰোগীজনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে বায়’পছি টেষ্ট কৰাৰ বাবে তেওঁক হাস্পতালৰ অপাৰেশ্যন থিয়েটাৰত নিয়া হয়। আৰু তাতে তেওঁৰ অনুমতি অবিহনে তেওঁৰ গুপ্তাংগৰ অস্ত্ৰোপচাৰ কৰে চিকিৎসক ইডেন সিনহাই।

প্ৰথম অবস্থাত তেওঁ এই সমগ্ৰ বিষয়টোক লৈ অজ্ঞাত আছিল যদিও ড্রেছিং খোলাৰ পাছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। লগে লগে তেওঁ ঘটনাটোৰ বিষয়ে জানিবলৈ চিকিৎসকক সাক্ষাত কৰিব বিচাৰিছিল যদিও হাস্পতাল কৰ্তৃপক্ষই তেওঁক চিকিৎসকক সাক্ষাত কৰিব নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে।

সেয়ে পিছত অসহায় হৈ আৰক্ষীৰ দ্বাৰস্থ হয় ভুক্তভোগী ৰোগীজন। চিকিৎসক ডাঃ ইডেন সিনহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাৰ উচিত ন্যায়ৰ দাবী জনাইছে অসহায় লোকজনে।

Tags: #CacharDoctorGenitalsSilchar

Related Posts

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

শীৰ্ষ সংবাদ

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025