• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা

Nation NE by Nation NE
July 4, 2025
in BIG BREAKING, Top News, অসম
0 0
বায়’পছিৰ নামত চিকিৎসকে আঁতৰালে ৰোগীৰ গুপ্তাংগ; অসমত চাঞ্চল্যকৰ ঘটনা
Share on FacebookShare on TwitterWhatsApp

ৰোগীৰ সন্মতি অবিহনে কাছাৰৰ শিলচৰস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত বায়’পছি টেষ্টৰ সময়ত চিকিৎসকে এগৰাকী ২৮ বছৰীয়া যুৱকৰ গুপ্তাংগ আঁতৰাই দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে।

শিলচৰৰ আৰ ই নামৰ ব্যক্তিগত হাস্পতালত সংঘটিত এই ভয়ংকৰ ঘটনাৰ পিছতে হাস্পতালখনৰ চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি, চুবুৰীয়া মণিপুৰ ৰাজ্যৰ এগৰাকী ২৮ বছৰীয়া ৰোগীৰ বায়’পছি টেষ্টৰ নামত হাস্পতালখনৰ এজন চিকিৎসকে অস্ত্ৰোপচাৰৰ জৰিয়তে ৰোগীজনৰ দেহৰ পৰা বিছিন্ন কৰে গুপ্তাংগ।

এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে ভুক্তভোগী ৰোগীজনে শিলচৰৰ ঘুংগুৰ আৰক্ষী চকীত চিকিৎসক ইডেন সিনহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

ভুক্তভোগী ৰোগীজনে চিকিৎসকজনৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা অভিযোগ।

জানিব পৰা মতে, কিছু দিন পূৰ্বে চুবুৰীয়া মণিপুৰৰ জিৰিবাম জিলাৰ আতিকুৰ ৰহমান নামৰ ৰোগীজনে গুপ্তাংগত হৈ থকা কিছু অসুবিধাৰ বাবে শিলচৰৰ আৰ ই হাস্পতাললৈ চিকিৎসাৰ বাবে আহিছিল।

ইয়াৰ পিছতে হাস্পতালখনৰ চিকিৎসক ডাঃ ইডেন সিনহাৰ নেতৃত্বত আতিকুৰ ৰহমানৰ আৰম্ভ হয় চিকিৎসা। ৰোগী জনৰ বিভিন্ন টেষ্ট কৰাৰ পাছত চিকিৎসক ইডেন সিনহায় কয় যে এতিয়া বায়’পছি টেষ্ট কৰাব লাগিব। ইয়াৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

উত্থাপিত অভিযোগ অনুসৰি বায়’পছি টেষ্টৰ নামত ৰোগীজনৰ গুপ্তাংগ কাটি পেলাই চিকিৎসক ইডেন সিনহাই।

ৰোগীজনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে বায়’পছি টেষ্ট কৰাৰ বাবে তেওঁক হাস্পতালৰ অপাৰেশ্যন থিয়েটাৰত নিয়া হয়। আৰু তাতে তেওঁৰ অনুমতি অবিহনে তেওঁৰ গুপ্তাংগৰ অস্ত্ৰোপচাৰ কৰে চিকিৎসক ইডেন সিনহাই।

প্ৰথম অবস্থাত তেওঁ এই সমগ্ৰ বিষয়টোক লৈ অজ্ঞাত আছিল যদিও ড্রেছিং খোলাৰ পাছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। লগে লগে তেওঁ ঘটনাটোৰ বিষয়ে জানিবলৈ চিকিৎসকক সাক্ষাত কৰিব বিচাৰিছিল যদিও হাস্পতাল কৰ্তৃপক্ষই তেওঁক চিকিৎসকক সাক্ষাত কৰিব নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে।

সেয়ে পিছত অসহায় হৈ আৰক্ষীৰ দ্বাৰস্থ হয় ভুক্তভোগী ৰোগীজন। চিকিৎসক ডাঃ ইডেন সিনহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনাৰ উচিত ন্যায়ৰ দাবী জনাইছে অসহায় লোকজনে।

Tags: #CacharDoctorGenitalsSilchar

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025