• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, December 9, 2025
19 °c
Guwahati
19 ° Wed
19 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

অলিম্পিকত ক্ৰিকেট খেলৰ তাৰিখ ঘোষণা; জানি লওক কেতিয়া হ’ব স্বৰ্ণ পদকৰ যুঁজ

Nation NE by Nation NE
July 15, 2025
in BIG BREAKING, Top News, ক্ৰীড়া
0 0
অলিম্পিকত ক্ৰিকেট খেলৰ তাৰিখ ঘোষণা; জানি লওক কেতিয়া হ’ব স্বৰ্ণ পদকৰ যুঁজ
Share on FacebookShare on TwitterWhatsApp

১২৮ বছৰৰ অন্তত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। ২০২৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত হ’বলগীয়া অলিম্পিকৰ আয়োজক সমিতিয়ে ক্ৰিকেটৰ সময়সূচী ঘোষণা কৰিছে।

প্ৰতিযোগিতাখন ১৪ জুলাইৰ পৰা আৰম্ভ হ’ব যদিও ক্ৰিকেটৰ খেলসমূহ ইয়াৰ দুদিন আগৰ পৰাই আৰম্ভ হ’ব। পুৰুষ আৰু মহিলাৰ বাবে টি-২০ ফৰ্মেটত হ’বলগীয়া খেলসমূহ ১২ জুলাইৰ পৰা ২৯ জুলাইলৈকে চলিব। মেডেলৰ বাবে খেলিবলগীয়া মেচ ১৯ আৰু ২৯ জুলাইত অনুষ্ঠিত হ’ব।

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, ক্ৰিকেটৰ সময়সূচী দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম অংশৰ মেচসমূহ ১২ৰ পৰা ১৮ জুলাইৰ ভিতৰত হ’ব। প্ৰথম অংশৰ মেডেলৰ মেচ অনুষ্ঠিত হ’ব ১৯ জুলাইত।

আনহাতে দ্বিতীয় ভাগৰ মেচসমূহ ২২ৰ পৰা ২৮ জুলাইৰ ভিতৰত হ’ব। দ্বিতীয় ভাগৰ মেডেলৰ মেচ অনুষ্ঠিত ২৯ জুলাইত।

অৱশ্যে এই পৰ্যন্ত স্পষ্ট হোৱা নাই যে প্ৰথমে পুৰুষৰ খেল হ’ব নে মহিলাৰ। এই সন্দৰ্ভত অধিক তথ্য চলিত বছৰৰ অন্তিমটো মাহত সবিস্তাৰে প্ৰকাশ পাব।

আয়োজক সমিতিয়ে ইতিমধ্যেই ঘোষণা কৰি থৈছে যে বিশ্বৰ সৰ্ববৃহত প্ৰতিযোগিতাখনত ছটা দলে টি-২০ ফৰ্মেটত খেলিব। পুৰুষ আৰু মহিলা উভয়ৰ বাবে এই সংখ্যা একেই। প্ৰতিটো দলত সৰ্বাধিক ১৫ জন সদস্য থাকিব।

প্ৰতিযোগিতাখনৰ ক্ৰিকেট মেচসমূহ ফেয়াৰগ্ৰাউণ্ড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, যিখন লছ এঞ্জেলছৰ পৰা ৪৮ কিলোমিটাৰ নিলগত।

এই পৰ্যন্ত এটা কথা নিশ্চিত হোৱা নাই যে প্ৰতিযোগিতাখনত অংশ ল’বলগীয়া দলসমূহে কিদৰে যোগ্যতা অৰ্জন কৰিব। অহা ১৭ জুলাইৰ পৰা ২০ জুলাইলৈকে ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ বাৰ্ষিক অধিৱেশনত এই সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

Tags: #cricketLos AngelesOlympics 2028

Related Posts

‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
Top News

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

December 9, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 9, 2025
ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন;  ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে
Top News

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

December 9, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 9, 2025
৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

December 8, 2025

শীৰ্ষ সংবাদ

দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

সাজু বুলড’জাৰ, সাজু আৰক্ষী; ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ইণ্ডিগ’ৰ শীৰ্ষ বিষয়ালৈ DGCA ৰ চমন; ৩৯০০খন বিমান বাতিলৰ কাৰণ দৰ্শাব লাগিব ইণ্ডিগ’য়ে

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025