• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

অলিম্পিকত ক্ৰিকেট খেলৰ তাৰিখ ঘোষণা; জানি লওক কেতিয়া হ’ব স্বৰ্ণ পদকৰ যুঁজ

Nation NE by Nation NE
July 15, 2025
in BIG BREAKING, Top News, ক্ৰীড়া
0 0
অলিম্পিকত ক্ৰিকেট খেলৰ তাৰিখ ঘোষণা; জানি লওক কেতিয়া হ’ব স্বৰ্ণ পদকৰ যুঁজ
Share on FacebookShare on TwitterWhatsApp

১২৮ বছৰৰ অন্তত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। ২০২৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছত হ’বলগীয়া অলিম্পিকৰ আয়োজক সমিতিয়ে ক্ৰিকেটৰ সময়সূচী ঘোষণা কৰিছে।

প্ৰতিযোগিতাখন ১৪ জুলাইৰ পৰা আৰম্ভ হ’ব যদিও ক্ৰিকেটৰ খেলসমূহ ইয়াৰ দুদিন আগৰ পৰাই আৰম্ভ হ’ব। পুৰুষ আৰু মহিলাৰ বাবে টি-২০ ফৰ্মেটত হ’বলগীয়া খেলসমূহ ১২ জুলাইৰ পৰা ২৯ জুলাইলৈকে চলিব। মেডেলৰ বাবে খেলিবলগীয়া মেচ ১৯ আৰু ২৯ জুলাইত অনুষ্ঠিত হ’ব।

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, ক্ৰিকেটৰ সময়সূচী দুটা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম অংশৰ মেচসমূহ ১২ৰ পৰা ১৮ জুলাইৰ ভিতৰত হ’ব। প্ৰথম অংশৰ মেডেলৰ মেচ অনুষ্ঠিত হ’ব ১৯ জুলাইত।

আনহাতে দ্বিতীয় ভাগৰ মেচসমূহ ২২ৰ পৰা ২৮ জুলাইৰ ভিতৰত হ’ব। দ্বিতীয় ভাগৰ মেডেলৰ মেচ অনুষ্ঠিত ২৯ জুলাইত।

অৱশ্যে এই পৰ্যন্ত স্পষ্ট হোৱা নাই যে প্ৰথমে পুৰুষৰ খেল হ’ব নে মহিলাৰ। এই সন্দৰ্ভত অধিক তথ্য চলিত বছৰৰ অন্তিমটো মাহত সবিস্তাৰে প্ৰকাশ পাব।

আয়োজক সমিতিয়ে ইতিমধ্যেই ঘোষণা কৰি থৈছে যে বিশ্বৰ সৰ্ববৃহত প্ৰতিযোগিতাখনত ছটা দলে টি-২০ ফৰ্মেটত খেলিব। পুৰুষ আৰু মহিলা উভয়ৰ বাবে এই সংখ্যা একেই। প্ৰতিটো দলত সৰ্বাধিক ১৫ জন সদস্য থাকিব।

প্ৰতিযোগিতাখনৰ ক্ৰিকেট মেচসমূহ ফেয়াৰগ্ৰাউণ্ড ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, যিখন লছ এঞ্জেলছৰ পৰা ৪৮ কিলোমিটাৰ নিলগত।

এই পৰ্যন্ত এটা কথা নিশ্চিত হোৱা নাই যে প্ৰতিযোগিতাখনত অংশ ল’বলগীয়া দলসমূহে কিদৰে যোগ্যতা অৰ্জন কৰিব। অহা ১৭ জুলাইৰ পৰা ২০ জুলাইলৈকে ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ বাৰ্ষিক অধিৱেশনত এই সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে।

Tags: #cricketLos AngelesOlympics 2028

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025