• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ৰাজধানীৰ বিমানবন্দৰত অঘটন; টাৰ্মিনেলৰ চাদ খহি ৩ জনৰ মৃত্যু, ৬ জন আহত

Nation NE by Nation NE
June 28, 2024
in BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
ৰাজধানীৰ বিমানবন্দৰত অঘটন; টাৰ্মিনেলৰ চাদ খহি ৩ জনৰ মৃত্যু, ৬ জন আহত
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। দিল্লী বিমানবন্দৰৰ ১ নং টাৰ্মিনেলৰ চাদ খহি পৰাৰ ফলত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে।

শুকুৰবাৰে ৰাতিপুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে হঠাতে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ খহি পৰাত এই কৰুণ ঘটনাটো সংঘটিত হয়।

ঘটনাটোত আহত হোৱা লোকসকলক ইতিমধ্যে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাৰ ফলত একাধিক বাহন ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ সবিশেষ বুজ ল’বলৈ বিমানবন্দৰ কৰ্তৃপক্ষই ঘটনাস্থলত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জনোৱা মতে, ঘৰুৱা বিমান চলাচল কৰা টাৰ্মিনেল ১ৰ পৰা সকলো যাত্ৰা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।

মন্ত্ৰালয়ে এক্সৰ জৰিয়তে এটা পোষ্টত প্ৰকাশ কৰিছে যে আজি পুৱা ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চাদ ভাঙি পৰে। ফলত পৰৱৰ্তী জাননী নিদিয়ালৈকে টাৰ্মিনেল ১ লৈ অহা-যোৱা কৰা বিমান সেৱা বন্ধ হৈ পৰিছে। বিমান সেৱা সুচাৰুৰূপে চলাৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে।

Tags: #Accident#Airport#Delhi

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

March 12, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 11, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 11, 2026
জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি
Top News

জ্ঞানবাপি মছজিদক লৈ ডাঙৰ আপডেট, এলাহাবাদ উচ্চ ন্যায়ালয়ত আজি শুনানি

March 10, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 10, 2026

শীৰ্ষ সংবাদ

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025