• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

দেশত প্ৰথমবাৰৰ বাবে ছীল কৰা হ’ল কংগ্ৰেছৰ কাৰ্যালয়; বিক্ষোভ কাৰ্যসূচী কংগ্ৰেছৰ

Nation NE by Nation NE
June 15, 2025
in BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
দেশত প্ৰথমবাৰৰ বাবে ছীল কৰা হ’ল কংগ্ৰেছৰ কাৰ্যালয়; বিক্ষোভ কাৰ্যসূচী কংগ্ৰেছৰ
Share on FacebookShare on TwitterWhatsApp

ছত্তীশগড়ত হোৱা সুৰা কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা প্ৰৱৰ্তন সঞ্চালকালয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি সুকমা জিলাস্থিত কংগ্ৰেছৰ কাৰ্যালয় ছীল কৰি দিছে। তদন্তকাৰী সংস্থাটোৰ এই পদক্ষেপৰ পিছতে কংগ্ৰেছ দল আৰু কৰ্মীৰ মাজত আক্ৰোশ দেখা পৰিলক্ষিত হৈছে।

ইডিৰ এই পদক্ষেপক কংগ্ৰেছে ৰাজনীতিকৰণ আখ্যা দিয়াৰ বিপৰীতে বিজেপিয়ে কয় যে দুৰ্নীতি কৰাসকলে শাস্তি ভোগ কৰিবই লাগিবই।

ইয়াৰ উপৰি সুৰা কেলেংকাৰীৰ তদন্ত কৰি থকা ইডিয়ে ভূপেশ চৰকাৰৰ সময়ৰ আবকাৰী মন্ত্ৰী কবাছী লখমাৰ সুকমা আৰু ৰায়পুৰস্থিত অট্টালিকাও ছীল কৰিছে। ইডিয়ে কয় যে লখমাই আবকাৰী মন্ত্ৰী হৈ থকা সময়ত দুৰ্নীতিৰে সংগ্ৰহ কৰা ধনেৰে সুকমা জিলাত কংগ্ৰেছ কাৰ্যালয় নিৰ্মাণ কৰিছিল।

আনহাতে লখমাৰ পুত্ৰই নিৰ্মাণ কৰা বাসগৃহও এই দুৰ্নীতিৰ ধনেৰে নিৰ্মাণ কৰিছিল। এই কথা উল্লেখ কৰিয়েই ইডিয়ে এইসমূহ সম্পত্তি ছীল কৰিছে।

ইডিৰ এই পদক্ষেপৰ পিছতেই সমগ্ৰ ছত্তীশগড়তে কংগ্ৰেছ দলৰ মাজত ক্ষোভ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাজ্যখনৰে জিলাই জিলাই থকা কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰীয়ে ইডি আৰু কেন্দ্ৰ চৰকাৰৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ তোলে।

Tags: #CongressChhattisgarhEDEnforcement DirectorateLiquor ScamSukma

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025