• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

দেশত প্ৰথমবাৰৰ বাবে ছীল কৰা হ’ল কংগ্ৰেছৰ কাৰ্যালয়; বিক্ষোভ কাৰ্যসূচী কংগ্ৰেছৰ

Nation NE by Nation NE
June 15, 2025
in BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
দেশত প্ৰথমবাৰৰ বাবে ছীল কৰা হ’ল কংগ্ৰেছৰ কাৰ্যালয়; বিক্ষোভ কাৰ্যসূচী কংগ্ৰেছৰ
Share on FacebookShare on TwitterWhatsApp

ছত্তীশগড়ত হোৱা সুৰা কেলেংকাৰী গোচৰৰ তদন্ত কৰি থকা প্ৰৱৰ্তন সঞ্চালকালয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি সুকমা জিলাস্থিত কংগ্ৰেছৰ কাৰ্যালয় ছীল কৰি দিছে। তদন্তকাৰী সংস্থাটোৰ এই পদক্ষেপৰ পিছতে কংগ্ৰেছ দল আৰু কৰ্মীৰ মাজত আক্ৰোশ দেখা পৰিলক্ষিত হৈছে।

ইডিৰ এই পদক্ষেপক কংগ্ৰেছে ৰাজনীতিকৰণ আখ্যা দিয়াৰ বিপৰীতে বিজেপিয়ে কয় যে দুৰ্নীতি কৰাসকলে শাস্তি ভোগ কৰিবই লাগিবই।

ইয়াৰ উপৰি সুৰা কেলেংকাৰীৰ তদন্ত কৰি থকা ইডিয়ে ভূপেশ চৰকাৰৰ সময়ৰ আবকাৰী মন্ত্ৰী কবাছী লখমাৰ সুকমা আৰু ৰায়পুৰস্থিত অট্টালিকাও ছীল কৰিছে। ইডিয়ে কয় যে লখমাই আবকাৰী মন্ত্ৰী হৈ থকা সময়ত দুৰ্নীতিৰে সংগ্ৰহ কৰা ধনেৰে সুকমা জিলাত কংগ্ৰেছ কাৰ্যালয় নিৰ্মাণ কৰিছিল।

আনহাতে লখমাৰ পুত্ৰই নিৰ্মাণ কৰা বাসগৃহও এই দুৰ্নীতিৰ ধনেৰে নিৰ্মাণ কৰিছিল। এই কথা উল্লেখ কৰিয়েই ইডিয়ে এইসমূহ সম্পত্তি ছীল কৰিছে।

ইডিৰ এই পদক্ষেপৰ পিছতেই সমগ্ৰ ছত্তীশগড়তে কংগ্ৰেছ দলৰ মাজত ক্ষোভ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে আজি সমগ্ৰ ৰাজ্যখনৰে জিলাই জিলাই থকা কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

প্ৰতিবাদকাৰীয়ে ইডি আৰু কেন্দ্ৰ চৰকাৰৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ তোলে।

Tags: #CongressChhattisgarhEDEnforcement DirectorateLiquor ScamSukma

Related Posts

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

‘বংগ জয় কৰাৰ পিছত দিল্লী দখল কৰিম’, মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য

April 24, 2026
কৃষকসকলৰ বাবে এক ভাল খবৰ, ১০০ লাখ টনলৈ বৃদ্ধি ঘেঁহু ক্ৰয়ৰ লক্ষ্য

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025