• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
22 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া

Nation NE by Nation NE
July 17, 2025
in BIG BREAKING, Top News, অসম
0 0
পাইকান কাণ্ডত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ’ব : শীৰ্ষ আৰক্ষী বিষয়া
Share on FacebookShare on TwitterWhatsApp

আজি গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানৰ উচ্ছেদস্থলীত উপস্থিত হোৱা আৰক্ষী-প্ৰশাসনৰ ওপৰত সংঘটিত ভয়ংকৰ আক্ৰমণ সন্দৰ্ভত মত ব্যক্তি কৰিছে শীৰ্ষ আৰক্ষী বিষয়া অখিলেশ সিঙে।

আজি উচ্ছেদস্থলীত শ-শ অবৈধ দখলকাৰী লোকে আৰক্ষী আৰু বন বিভাগৰ লোকক আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত প্ৰত্যেকগৰাকী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি IGP অখিলেশ সিঙে মন্তব্য কৰে।

দুধনৈত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘আৰক্ষী-প্ৰশাসনক আক্ৰমণ কৰা কাৰ্য সহ্য কৰা নহ’ব। ঘটনাত জড়িত লোকসকলক চিনাক্ত কৰা হৈছে। কাকো এৰি দিয়া নহ’ব, কঠোৰ এক্সন লোৱা হ’ব।’

উচ্ছেদৰ জৰিয়তে খালী কৰা ঠাইখিনিত ভৱিষ্যতে যাতে কোনো লোকে প্ৰৱেশ নকৰে তাৰ বাবেও সকীয়নি প্ৰদান কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা কৃষ্ণাইৰ উচ্ছেদস্থলীত উপস্থিত হৈছিল আৰক্ষী-প্ৰশাসনৰ লগতে বন বিভাগৰ লোক। এই দলটো দেখা মাত্ৰকে উচ্ছেদিত লোকসকলে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয়। বাক-বিতণ্ডাৰ মাজতেই উচ্ছেদিত লোকসকলে আৰক্ষী-প্ৰশাসনৰ দলটোক উদ্দেশ্যি শিলাবৰ্ষণ আৰম্ভ কৰে৷

আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে আৰু এই গুলীচালনাত দুৰ্ভাগ্যজনকভাৱে বিদ্যাপাৰাৰ ছাকুৱাত হুছেইন নামৰ এজন লোক থিতাতে নিহত হয়। আনহাতে কুতুবুদ্দিন আলী নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়।

আনহাতে সন্দেহজনক লোকৰ আক্ৰমণত কেইবাগৰাকীও আৰক্ষী-প্ৰশাসনৰ লোকৰ লগতে বন বিভাগৰ লোক গুৰুতৰভাৱে আহত হয়।

ইফালে পাইকানত সংঘটিত হোৱা ভয়ংকৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘটনাত জড়িত লোকক এজন এজনকৈ চিনাক্ত কৰি বিহিত শাস্তি প্ৰদান কৰা হ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে।

Tags: Akhilesh SinghGoalparaIGPPaikan Reserve Forest

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025