• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

আজি ঘোষণা হ’ব দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন

৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰত প্ৰথম নিৰ্বাচন

Nation NE by Nation NE
August 16, 2024
in BIG BREAKING, Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
আজি ঘোষণা হ’ব দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দুখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে। জানিব পৰা অনুসৰি আজি বিয়লি নিৰ্বাচন আয়োগে সংবাদমেলৰ জৰিয়তে নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পন্ন কৰিছে নিৰ্বাচন আয়োগে। অৱশ্যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড হ’বলগীয়া নিৰ্বাচনৰ দিন পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

আজি এই দুখন ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে যদিও নিৰ্বাচন আয়োগে এই পৰ্যন্ত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰা নাই। সেয়ে এই দুখন ৰাজ্যৰ নিৰ্বাচনৰ দিন আজিয়েই ঘোষণা কৰিব নে নাই সেয়া স্পষ্ট হোৱা নাই।

কেৱল বিধানসভা নিৰ্বাচনৰ দিনেই নহয় কেইবাখনো ৰাজ্যত হ’বলগীয়া বিধানসভা আৰু লোকসভাৰ উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

এই সকলোবোৰ বিষয় সামৰি নিৰ্বাচন আয়োগে আজি দুপৰীয়া তিনি বজাত এক সংবাদমেলৰ আয়োজন কৰিছে।

হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভাৰ কাৰ্যকাল ৩ নৱেম্বৰ আৰু ২৬ নৱেম্বৰত অন্ত পৰিব। ৩০ ছেপ্টেম্বৰৰ পূৰ্বে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাও কৰিছে নিৰ্বাচন আয়োগে। এই সময়সীমা নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।

শেহতীয়াকৈ আয়োগে নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা ভ্ৰমণ কৰিছিল যদিও এইপৰ্যন্ত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰা নাই।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

Tags: #CongressAssembly ElectionBJPElectionElection Commission of IndiaHariyanaJammu KashmirMaharashtra

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025