• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

আজি ঘোষণা হ’ব দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন

৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰত প্ৰথম নিৰ্বাচন

Nation NE by Nation NE
August 16, 2024
in BIG BREAKING, Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
আজি ঘোষণা হ’ব দুখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

দুখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে। জানিব পৰা অনুসৰি আজি বিয়লি নিৰ্বাচন আয়োগে সংবাদমেলৰ জৰিয়তে নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পন্ন কৰিছে নিৰ্বাচন আয়োগে। অৱশ্যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড হ’বলগীয়া নিৰ্বাচনৰ দিন পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে।

আজি এই দুখন ৰাজ্যত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে যদিও নিৰ্বাচন আয়োগে এই পৰ্যন্ত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰা নাই। সেয়ে এই দুখন ৰাজ্যৰ নিৰ্বাচনৰ দিন আজিয়েই ঘোষণা কৰিব নে নাই সেয়া স্পষ্ট হোৱা নাই।

কেৱল বিধানসভা নিৰ্বাচনৰ দিনেই নহয় কেইবাখনো ৰাজ্যত হ’বলগীয়া বিধানসভা আৰু লোকসভাৰ উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে।

এই সকলোবোৰ বিষয় সামৰি নিৰ্বাচন আয়োগে আজি দুপৰীয়া তিনি বজাত এক সংবাদমেলৰ আয়োজন কৰিছে।

হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভাৰ কাৰ্যকাল ৩ নৱেম্বৰ আৰু ২৬ নৱেম্বৰত অন্ত পৰিব। ৩০ ছেপ্টেম্বৰৰ পূৰ্বে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাও কৰিছে নিৰ্বাচন আয়োগে। এই সময়সীমা নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে।

শেহতীয়াকৈ আয়োগে নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰ আৰু হাৰিয়ানা ভ্ৰমণ কৰিছিল যদিও এইপৰ্যন্ত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড ভ্ৰমণ কৰা নাই।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।

Tags: #CongressAssembly ElectionBJPElectionElection Commission of IndiaHariyanaJammu KashmirMaharashtra

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025