• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

শংকৰজ্যোতিক লৈ ডাঙৰ মন্তব্য উৎপল শৰ্মাৰ, ‘ব্যৱসায়ীক গোষ্ঠীৰ সংঘাত আছুৰ বিষয়বস্তু হ’ব নোৱাৰে’

'শংকৰ জ্যোতিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি ল’ব বুলি আশা নকৰাই ভাল'

Nation NE by Nation NE
May 24, 2025
in BIG BREAKING, Top News, অসম
0 0
শংকৰজ্যোতিক লৈ ডাঙৰ মন্তব্য উৎপল শৰ্মাৰ, ‘ব্যৱসায়ীক গোষ্ঠীৰ সংঘাত আছুৰ বিষয়বস্তু হ’ব নোৱাৰে’

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি চলি থকা বিতৰ্ক সন্দৰ্ভত অৱশেষত মুখ খুলিলে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে। এই বিষয়টোক লৈ জাতীয় সংগঠনটো কিয় নীৰৱ হৈ আছিল সেই সম্পৰ্কেও সদৰি কৰিলে ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

সংগঠনটোৰ সভাপতি শৰ্মাই কয় যে দুলীয়াজান পেট্ৰ’ল পাম্পক কেন্দ্ৰ কৰি দুটা ব্যৱসায়িক গোষ্ঠীৰ মাজত এয়া ব্যৱসায়িক সংঘাত। কোনোবা সিং উপাধিৰ বিহাৰী ব্যৱসায়ী আৰু আন এগৰাকী শ্বাহী উপাধিৰ বিহাৰী ব্যৱসায়ীৰ মাজত এটা পেট্ৰ’ল পাম্প দখলৰ বাবে হোৱা এখন ব্যক্তিগত কাজিয়াত নিজৰ চিন্তা, নিজৰ সময় আৰু নিজৰ শক্তি সদৌ অসম ছাত্ৰ সন্থাই খৰচ কৰাৰ কোনো অৰ্থই নাই।

শৰ্মাই লগতে কয়, ‘দুটা ব্যৱসায়ীক গোষ্ঠীৰ মাজত হোৱা এই ব্যৱসায়ীক সংঘাত ছাত্ৰ সন্থাৰ বিষয়বস্তু হ’ব নোৱাৰে। সেয়ে ছাত্ৰ সন্থাই চিন্তা কৰাৰ, এই বিষয়ত সময়, শক্তি অপচয় কৰাৰ কিবা অৰ্থ আছে বুলি ভবা নাই।’

‘যিগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰি থকা হৈছে তেওঁ ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বহিষ্কাৰ হোৱাৰ ভয়ত ছাত্ৰ সন্থা এৰি যাবলগীয়া হৈছে। ছাত্ৰ সন্থাৰে এগৰাকী সদস্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ব্যক্তিজনৰ সপক্ষে ছাত্ৰ সন্থাৰ স্থিতি থকাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে’, নাম নোলোৱাকৈয়ে শংকৰজ্যোতি বৰুৱাক এইদৰে সমালোচনা কৰে উৎপল শৰ্মাই।

শংকৰ জ্যোতিৰ সপক্ষে ছাত্ৰ সন্থাই স্থিতি ল’ব বুলি আশা নকৰাই ভাল বুলি মন্তব্য কৰি শৰ্মাই পুনৰ কয়, ‘বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱা অভিযুক্তৰ প্ৰতি ছাত্ৰ সন্থাৰ কোনো অনুকম্পা নাই। সেই ছাত্ৰীগৰাকী এতিয়াও আছুত আছে। এতিয়াও তেওঁ ন্যায় বিচাৰি আদালতৰ দুৱাৰে-দুৱাৰে ঘূৰি ফুৰিছে।’

আনহাতে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱা প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত সভাপতি শৰ্মাই কয়, ‘আপোনালোকে হেণ্ডকাফ দেখিছে আমাৰ চিপজৰী ডাললৈ মনত পৰিছে। সেই ব্যক্তিজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি সদস্যাগৰাকীয়ে যেতিয়া আত্মহত্যাৰ চেষ্টা চলাইছিল, সেই ব্যক্তিজনৰ বিৰুদ্ধে ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে, আছুৰ মজিয়াত ন্যায়ৰ বাবে মাত মাতি আছে ছোৱালীজনীয়ে, তেনেকুৱা এজন ব্যক্তিৰ হৈ আমি কোনো কাৰণতে মাত মাতিব নোৱাৰো।’

বিয়াৰ প্ৰলোভনেৰে নিজৰ কামনা চৰিতাৰ্থ কৰা অভিযুক্ত এজনৰ সৈতে আছুৰ অন্য প্ৰাক্তন নেতাক তুলনা নকৰিবলৈও আহ্বান জনাই আছুৰ সভাপতি উৎপল শৰ্মাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দুলীয়াজানৰ এটা পেট্ৰ’ল পাম্পক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ পিছতেই গ্ৰেপ্তাৰ কৰিছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক। প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক হেণ্ডকাফ লগাই আদালতত ঘূৰাই ফুৰোৱা দৃশ্য ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হেণ্ডকাফ আঁতৰোৱা হয় যদিও বিষয়টোৱে লাভ কৰে অধিক চৰ্চা। এজন অসমীয়া যুৱকক গ্ৰেপ্তাৰ কৰাক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও এই বিষয়ত মৌনতা অৱলম্বন কৰিছিল ছাত্ৰ সন্থাই। সংগঠনটোৰ এনে কাৰ্যক লৈয়ে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে আছুক তীব্ৰ সমালোচনাও কৰা পৰিলক্ষিত হৈছিল।

Tags: AASUSankar Jyoti BaruahUtpal Sarma

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025