• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
25 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home বিনোদন

অনন্ত-ৰাধিকাৰ বিবাহ; কোনগৰাকী আন্ত:ৰাষ্ট্ৰীয় তাৰকাই পৰিৱেশন কৰিব সংগীতানুষ্ঠান?

Nation NE by Nation NE
July 6, 2024
in বিনোদন
0 0
অনন্ত-ৰাধিকাৰ বিবাহ; কোনগৰাকী আন্ত:ৰাষ্ট্ৰীয় তাৰকাই পৰিৱেশন কৰিব সংগীতানুষ্ঠান?
Share on FacebookShare on TwitterWhatsApp

অহা ১২ জুলাইত বিবাহ পাশত আৱদ্ধ হ’ব ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত খুব চৰ্চিত যুটি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট। বহু নামি দামী তাৰকাৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই বিয়াখনত কানাডিয়ান গায়ক জাষ্টিন বিবাৰে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।

কানাডিয়ান গায়ক জাষ্টিন বিবাৰ আহিব ভাৰতলৈ। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ উপলক্ষ্যে নিজৰ অনুষ্ঠান পৰিৱেশন কৰিব বিবাৰে। তেওঁ অতি শীঘ্ৰে মুম্বাইত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে। লগতে আম্বানী পৰিয়ালে আয়োজন কৰিছে একাধিক অনুষ্ঠানৰ।

ইয়াৰ পূৰ্বে, পপ কুইন ৰিহানাই জামনগৰত অনুষ্ঠিত হোৱা অনন্ত আৰু ৰাধিকাৰ প্ৰাক-বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। জামনগৰ অনুষ্ঠানৰ পাছত, জুনত ক্ৰ’জ পাৰ্টীত বেকষ্ট্ৰীট বয়জ, পিটবুল আৰু ইটালীৰ অপেৰা গায়িকা এণ্ড্ৰিয়া বোচেলিৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হৈছিল।

মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্তৰ বিবাহৰ বাবে ২৯ জুনত আম্বানীৰ এণ্টিলিয়া বাসভৱনত এক পূজাৰ আয়োজন কৰা হৈছিল। ইয়াৰ পাছত ২ জুলাইত আম্বানীয়ে ৫০ জনতকৈও অধিক সুবিধাবঞ্চিত দম্পতীৰ বাবে এক গণ বিবাহৰ আয়োজন কৰিছিল।

৩ জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ পৰিয়ালে এণ্টিলিয়াত এক মামেৰু অনুষ্ঠানৰ বাবে একত্ৰিত হৈছিল। অনুষ্ঠানটোৰ ফ’টো আৰু ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে।

ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীয়ে ১২ জুলাইত মুম্বাইৰ জিঅ’ ৱ’ৰ্ল্ড কনভেনচন চেণ্টাৰত বিবাহ পাশত আৱদ্ধ হ’ব। তেওঁলোকৰ এই বিবাহ, তিনিটা অনুষ্ঠানত অন্তৰ্ভুক্ত কৰা হৈছে- “শুভ বিবাহ” আৰু তাৰ পিছত ১৩ জুলাইত “শুভ আৰ্শীবাদ” আৰু ১৪ জুলাইত “মঙ্গল উৎসৱ” বা “বিবাহৰ অভ্যৰ্থনা”।

Tags: Anant AmbaniJustin BieberMumbaiRadhika Merchant

Related Posts

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Top News

March 11, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ৰূপালী পৰ্দালৈ সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি, সোমনাথ মন্দিৰত সংঘটিত আক্ৰমণৰ কাহিনী উপস্থাপন

February 22, 2026
অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা
Top News

অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰা এইগৰাকী অভিনেতাত নৃশংসভাৱে হত্যা

October 8, 2025
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে

‘ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ২’ৰ অভিনেতাক গ্ৰেপ্তাৰ; জানক সবিশেষ

October 1, 2025

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025