ফ্ৰান্সৰ প্ৰসিদ্ধ ভবিষ্যতদ্বাতা মাইকেল ডি নষ্ট্ৰাডামাছ তেওঁৰ সঠিক ভৱিষ্যদ্বাণীৰ বাবে জনাজাত। ইতিমধ্যে তেওঁৰ বহু ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। নষ্ট্ৰাডামাছে...
Read moreDetailsবিগত এবছৰ ধৰি হিংসাৰ জৰ্জৰিত হৈ আছে বাংলাদেশ। সকলো দাবীৰ পিছতো বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰখনে যেন পৰিস্থিতি নিয়ন্ত্ৰণেই কৰিব পৰা নাই।...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান মৰিচাছ ভ্ৰমণত ব্যস্ত। ইয়াৰ মাজতে মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন যোগনোথে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ সৰ্বোচ্চ বঁটা...
Read moreDetails১১ মাৰ্চ অৰ্থাত মঙলবাৰে পাকিস্তানৰ বেলুচিস্তানত ৫০০ৰো অধিক যাত্ৰী কঢ়িয়াই নিয়া এখন ৰে’ল হাইজেক কৰে বেলুচ বিদ্ৰোহীয়ে। এই সন্ত্ৰাসবাদী আক্ৰমণ...
Read moreDetailsআমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে চলিত মাহৰ শেষৰ ফালে ভাৰতলৈ আহিব। ভাৰতীয় মূলৰ পত্নী উষা ভেন্সৰ সৈতে উপ-ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ অহাৰ...
Read moreDetailsপৃথক ৰাষ্ট্ৰৰ দাবী কৰি অহা বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মীয়ে মঙলবাৰে জাফৰ এক্সপ্ৰেছ নামৰ এখন যাত্ৰীবাহী ৰে’ল হাইজেক কৰা ঘটনাই...
Read moreDetailsআমেৰিকাত পুনৰ লজ্জানত হ’ল পাকিস্তান। এগৰাকী শীৰ্ষ পাকিস্তানী কূটনীতিবিদক আমেৰিকাত প্ৰৱেশ কৰিব নিদিয়া ঘটনাই বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ‘বিতৰ্কিত...
Read moreDetailsমৰিছাছত সৰ্বোচ্চ সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৰিছাছৰ প’ৰ্ট লুইছত ভাৰতীয় সমাজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভোজপুৰী ভাষাত ভাষণ...
Read moreDetailsপাকিস্তানৰ বেলুচিস্তানত জাফৰ এক্সপ্ৰেছ নামৰ এখন ৰে’ল হাইজেক কৰাৰ খবৰ আহিছে। বেলুচ লিবাৰেচন আৰ্মী (বি এল এ) নামৰ সংগঠন এটাই...
Read moreDetailsশীঘ্ৰেই অপেক্ষাৰ অৱসান ঘটিব।৯ মাহৰ পিছত পৃথিৱীলৈ উভতি আহিব নাছাৰ দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলমোৰ। বিগত ৯ মাহ...
Read moreDetails