Wednesday, May 6, 2026
26 °c
Guwahati
26 ° Thu
26 ° Fri
Language -
অসমীয়া
  • English

ৰাষ্ট্ৰীয়

POCSO ACT: উচ্চতম ন্যায়ালয়ে সলনি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়দান

উচ্চতম ন্যায়ালয়ে দিয়ে এক বিশেষ ৰায়। ন্যায়ালয়ে কয় যে, শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰা বা চোৱাটো POCSO আইনৰ অধীনত এক অপৰাধ।...

Read moreDetails

কেজৰিৱালৰ বাবে আতিশীয়ে এৰিলে আসন, ক’লে- দিল্লীত ভৰতৰ দৰে কাম কৰিম

দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা আতিশী মাৰ্লেনাই সোমবাৰে সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰে। মুখ্যমন্ত্রী আতিশীৰ কার্যালয়ত স্থাপন কৰা...

Read moreDetails

তিৰুপতি লাড়ু বিবাদ: বিশুদ্ধ কৰা হয় মন্দিৰ, তিৰুপতি দেৱস্থানমৰ প্ৰায়শ্চিত্ত কৰিবলৈ বিভিন্ন ৰীতি-নীতি

প্ৰত্যেক দিনাই হাজাৰ হাজাৰ লোকে অন্ধ্ৰপ্ৰদেশস্থিত তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰে। পিছে কিছুদিন পূৰ্বে তিৰুপতি মন্দিৰত হোৱা এক ঘটনাই সকলো...

Read moreDetails

ৰাজস্থানত ১৮ জন আইএএছ বিষয়াক বদলি, ৪খন জিলাৰ সংগ্ৰাহককো সলনি

আকৌ এবাৰ ৰাজস্থানত ভজনলাল চৰকাৰে বৃহৎ পৰ্যায়ৰ আইএএছ আৰু আইপিএছ বিষয়াসকলক বদলি কৰে। ছেপ্তেম্বৰ মাহৰ আৰম্ভণিতে, চৰকাৰে ১০০ ৰো অধিক...

Read moreDetails

উৎকট গৰমে দহিছে ৰাজ্যৱাসীক! গৰমৰ পৰা হাত সাৰিবলৈ দৈনিক গ্ৰহণ কৰক পানী

“পানীয়ং প্ৰাণীনাং প্ৰাণা, বিশ্বমেৱ চ তন্ময়ম্। ন হি তোয়াদ্ধিনা বৃত্তি:, স্বস্থস্য ব্যাধিতস্য ৱা।।” পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। আমাৰ পৃথিৱীখন পানীৰে...

Read moreDetails

কেজৰিৱাল চৰকাৰতকৈ কিমান পৃথক আতিশীৰ নতুন চৰকাৰ? জানো আহক ইয়াৰ সবিশেষ

৫৫ মাহৰ পিছত দিল্লীত পুনৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিছে। আতিশীয়ে ৫ গৰাকী মন্ত্ৰীৰ সৈতে দিল্লীৰ নতুন মুখ্যমন্ত্ৰী...

Read moreDetails

বায়ুসেনাৰ মুৰব্বী পদত অধিষ্ঠিত হ’বলগীয়া এয়াৰ মাৰ্শ্বাল অমৰ প্ৰীত সিং কোন?

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এয়াৰ মাৰ্শ্বাল অমৰ প্ৰীত সিঙক পৰৱৰ্তী বায়ুসেনাৰ মুৰব্বী হিচাপে নিযুক্তি দিছে। বৰ্তমান অমৰ প্ৰীত সিঙে...

Read moreDetails

আজি দিল্লীবাসীয়ে লাভ কৰিব নতুন মুখ্যমন্ত্ৰী; আতিশীৰ সৈতে মন্ত্ৰীৰূপে শপত ল’ব ৫ গৰাকীয়ে

দিল্লীবাসীয়ে আজি লাভ কৰিব নতুন মুখ্যমন্ত্ৰী। আম আদমী পাৰ্টিৰ নেত্ৰী আতিশী মাৰ্লেনাই আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব। বিয়লি ৪.৩০ বজাত...

Read moreDetails

অত্যাধিক নিমখে কেৱল হৃদযন্ত্ৰৰ ওপৰতেই নহয় শৰীৰৰ আন অঙ্গৰ ওপৰতো পেলায় প্ৰভাৱ

অত্যাধিক নিমখ গ্ৰহণ কৰাৰ ফলত উচ্চ ৰক্তচাপ হয়, যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা হয়, কিন্তু খুব কমসংখ্যক লোকেহে জানে যে অত্যাধিক...

Read moreDetails

দশম শ্ৰেণীৰ ছাত্ৰী মোহিনী গোস্বামীৰ বাবে প্ৰাণ ৰক্ষা পৰিল চাৰিজন যুৱকৰ

মৃত্যু মুখৰ পৰা বাচিল চাৰিজন যুৱক। উত্তৰ প্ৰদেশৰ আগ্ৰাত গণেশ মূৰ্তি বিসৰ্জনৰ সময়ত এটা ভয়ংকৰ ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল...

Read moreDetails
Page 186 of 225 1 185 186 187 225

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist