• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেজৰিৱালৰ বাবে আতিশীয়ে এৰিলে আসন, ক’লে- দিল্লীত ভৰতৰ দৰে কাম কৰিম

Nation NE by Nation NE
September 23, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
কেজৰিৱালৰ বাবে আতিশীয়ে এৰিলে আসন, ক’লে- দিল্লীত ভৰতৰ দৰে কাম কৰিম
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা আতিশী মাৰ্লেনাই সোমবাৰে সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰে। মুখ্যমন্ত্রী আতিশীৰ কার্যালয়ত স্থাপন কৰা হৈছে দুখন চকী। অৰবিন্দ কেজৰিৱালৰ চকীখন লগত ৰাখি মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে অতিশীয়ে।

মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত তেওঁ কয় যে ভৰত জীয়ে যেনেকৈ ভগৱান শ্রী ৰামৰ সিংহাসন ৰক্ষা কৰি কাম কৰিছিল, ঠিক সেইদৰেই মইও আগন্তুক চাৰিমাহ মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈ থাকিম৷

উল্লেখ্য যে, দুদিন পূৰ্বে আতিশীয়ে কেবিনেট সতীৰ্থৰ সৈতে দিল্লীৰ অষ্টমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আজি তেওঁ দিল্লী সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব লয়।

সোমবাৰে দিল্লী কেবিনেটৰ বৈঠক আহ্বান কৰি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব বুলি কোৱা হৈছে। ইফালে, ২৬ আৰু ২৭ ছেপ্টেম্বৰত দিল্লী বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব বুলিও তথ্য লাভ কৰা গৈছে।

Tags: #Arvind Kejriwal#DelhiAtishi Marlena

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025