• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

POCSO ACT: উচ্চতম ন্যায়ালয়ে সলনি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়দান

Nation NE by Nation NE
September 23, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
POCSO ACT: উচ্চতম ন্যায়ালয়ে সলনি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়দান
Share on FacebookShare on TwitterWhatsApp

উচ্চতম ন্যায়ালয়ে দিয়ে এক বিশেষ ৰায়। ন্যায়ালয়ে কয় যে, শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰা বা চোৱাটো POCSO আইনৰ অধীনত এক অপৰাধ।

কিছুদিন পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে এক ৰায়দানত কৈছিল যে, শিশুৰ পৰ্ণ ছবি বা ক্লিপ ডাউনলোড কৰা বা চোৱাটো  কোনো অপৰাধ নহয়। পিছে উচ্চতম ন্যায়ালয়ে সলনি কৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। আবেদনখনে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই, য’ত কোৱা হৈছিল যে, শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰা আৰু চোৱাটো POCSO আইন আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত কোনো অপৰাধ নহয়।

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটোৰ সলনি ‘শিশু যৌন উৎপীড়ন আৰু শোষণমূলক বিষয়’ শব্দটোৰে সলনি কৰিবলৈ অধ্যাদেশ জাৰি কৰিবলৈ পৰামৰ্শ দিছিল। উচ্চতম ন্যায়ালয়ে সকলো আদালতকে ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটো আৰু ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ জে বি পাৰ্দিৱালাই কয় যে, তেওঁলোকে আমাৰ নিজৰ ফালৰ পৰা চেষ্টা কৰি আছে আৰু শিশু অপৰাধীসকলৰ মানসিক অৱস্থাৰ ধাৰণা সম্পৰ্কে সকলো প্ৰাসংগিক ব্যৱস্থা ব্যাখ্যা কৰাৰ বাবে নিৰ্দেশনাও নিৰ্ধাৰণ কৰিছে। আদালতে কেন্দ্ৰক শিশু পৰ্ণগ্ৰাফীৰ সলনি শিশু যৌন উৎপীড়ন আৰু শোষণমূলক বিষয় কৰিবলৈ অধ্যাদেশ জাৰি কৰিবলৈও অনুৰোধ জনাইছে।

প্ৰসংগক্ৰমে যোৱা ১১ জানুৱাৰীত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে চেন্নাইৰ এজন ২৮ বছৰীয়া যুৱকৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ খাৰিজ কৰিছিল। তেওঁৰ বিৰুদ্ধে শিশু-পৰ্ণ চোৱা আৰু ভিডিঅ’ ডাউনলোড কৰাৰ অভিযোগ উত্থাপন হৈছিল। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি এনে বিষয়ৰ ফটো ব্যক্তিগতভাৱে চোৱাটো POCSO আইনৰ পৰিসৰৰ অন্তৰ্গত নহয়।

সোমবাৰে এই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে যুৱকজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলাই যাবলৈ অনুমতি দিয়ে। শিশুৰ যৌন ছবি নিৰ্মাণ, চোৱা আৰু ডাউনলোড কৰাৰ লগতে সেইবোৰ প্ৰকাশ আৰু শ্বেয়াৰ কৰা সকলো অপৰাধ।

Tags: High CourtPocsoSupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025