Tuesday, March 17, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Language -
অসমীয়া
  • English

ক্ৰীড়া

মহেন্দ্ৰ সিং ধোনীৰ এটা সিদ্ধান্তই পুনৰ হৃদয় জিনিলে অনুৰাগীৰ!

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক পদ এৰিলেও তেওঁৰ কিন্তু অনুৰাগীৰ...

Read moreDetails

খেলপথাৰত হঠাতেই বুমৰাহৰ জোতাত চুমা! বাংলাদেশী বলাৰে এইয়া কি কৰিলে; জানক ভাইৰেল ছবি এখনৰ সম্পূৰ্ণ সত্য

ভাৰতীয় দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহৰ এখন ছবি অতি ভাইৰেল হৈ পৰিছে। য'ত বাংলাদেশৰ এজন বলাৰে  বুমৰাহৰ জোতাত চুমা খোৱা দেখা...

Read moreDetails

চেন্নাই টেষ্টত অভিলেখ! বিশ্ব ক্ৰিকেটত চাঞ্চল্যৰ সৃষ্টি কৰি ইতিহাস ৰচিলে মুছফিকুৰ ৰহিমে

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত দুখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। চেন্নাই টেষ্টত...

Read moreDetails

চেন্নাইত দুৰ্দান্ত শতকীয় ইনিংছেৰে বিশেষ অভিলেখ গঢ়িলে ‘প্ৰিন্স’ শুভমন গিলে

‘প্ৰিন্স অৱ ক্ৰিকেট’ নামেৰে ইতিমধ্যে পৰিচয় লাভ কৰা শুভমন গিলে চেন্নাইত বাংলাদেশৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচৰ দ্বিতীয়...

Read moreDetails

চেম্পিয়নছ ট্ৰফী সন্দৰ্ভত ডাঙৰ আপডেট; পাকিস্তান ভ্ৰমণ কৰিব নেকি ভাৰতে?

২০২৫ বৰ্ষত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফীৰ আয়োজন কৰিব পাকিস্তানে। কিন্তু আই চি চিৰ এই সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয়...

Read moreDetails

বিশ্ব অভিলেখ গঢ়িলে অশ্বিনে; ১৪৭ বছৰীয়া ইতিহাসত এই বিশেষ কৃতিত্ব গঢ়া প্ৰথমগৰাকী ক্ৰিকেটাৰ

চেন্নাইত চলি থকা ভাৰত আৰু বাংলাদেশৰ মাজৰ প্ৰথমখন টেষ্ট মেচত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৰবিচন্দ্ৰন অশ্বিনে। মেচখনৰ প্ৰথম দিনাই...

Read moreDetails

চেন্নাইত হাছান মাহমুদৰ যাদুকৰী স্পেল; ধৰাশায়ী ভাৰতীয় বেটিং লাইনৰ মূল চালিকা শক্তি

হয়টো কোনেও ভবা নাছিল! চাৰিবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা এগৰাকী ক্ৰিকেটাৰক লৈ এতিয়া ক্ৰিকেট অনুৰাগী আৰু বিশেষজ্ঞৰ মাজত চলিব...

Read moreDetails

এদিনীয়াত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়ী হৈ আফগানিস্তান ক্ৰিকেট দলে ৰচিলে ইতিহাস

ফজল হক ফাৰুকী আৰু আল্লাহ গাজানফৰৰ মাৰাত্মক বলিঙৰ সহায়ত আফগানিস্তান ক্ৰিকেট দলে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত...

Read moreDetails

বিশ্বাস কৰক বা নকৰক; পাকিস্তানৰ হকী ফেডাৰেচনে কৰা পুৰস্কাৰৰ ঘোষণা এতিয়া চৰ্চাৰ বিষয়

বিশ্বাস কৰক বা নকৰক এছিয়ান চেম্পিয়নছ ট্ৰফীত ব্ৰঞ্জৰ পদক লাভ কৰা পাকিস্তান হকী দলৰ প্ৰতিগৰাকী খেলুৱৈ আৰু বিষয়াসকলে পুৰস্কাৰ হিচাপে...

Read moreDetails

IPL ২০২৫ৰ পূৰ্বে পঞ্জাৱ দলৰ ডাঙৰ সিদ্ধান্ত; প্ৰশিক্ষক হিচাপে নিযুক্তি দিলে এইগৰাকী বিশ্বজয়ী অধিনায়কক

আই পি এলৰ মেগা অকশ্যনৰ পূৰ্বে ৰোডমেপ প্ৰস্তুত কৰাত ব্যস্ত প্ৰতিটো দল। সেই অনুসৰি পঞ্জাৱ কিংছেও লৈছে এটা ডাঙৰ সিদ্ধান্ত।...

Read moreDetails
Page 50 of 57 1 49 50 51 57

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist