• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

খেলপথাৰত হঠাতেই বুমৰাহৰ জোতাত চুমা! বাংলাদেশী বলাৰে এইয়া কি কৰিলে; জানক ভাইৰেল ছবি এখনৰ সম্পূৰ্ণ সত্য

Nation NE by Nation NE
September 23, 2024
in Top News, ক্ৰীড়া
0 0
খেলপথাৰত হঠাতেই বুমৰাহৰ জোতাত চুমা! বাংলাদেশী বলাৰে এইয়া কি কৰিলে; জানক ভাইৰেল ছবি এখনৰ সম্পূৰ্ণ সত্য
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহৰ এখন ছবি অতি ভাইৰেল হৈ পৰিছে। য’ত বাংলাদেশৰ এজন বলাৰে  বুমৰাহৰ জোতাত চুমা খোৱা দেখা গৈছে।

চেন্নাইত খেলা প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলটোৱে ২৮০ ৰাণত জয়লাভ কৰে। ভাৰতৰ মুখ্য দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহেও এই বিজয়ত এক ডাঙৰ অৱদান আগবঢ়ায়, যিয়ে মেচখনত মুঠ ৫ টা উইকেট দখল কৰে।

বৰ্তমান তেওঁৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে, য’ত তেওঁ বেটিং কৰি আছে আৰু বাংলাদেশৰ দ্ৰুত বলাৰ হাছান মাহমুদে তেওঁৰ জোতাত চুমা খাই আছে।

বাংলাদেশৰ খেলুৱৈ হাছান মাহমুদে ভাৰতৰ বিৰুদ্ধে প্ৰথম ইনিংছত ৫ টা উইকেট দখল কৰিছিল। এইটো মাহমুদৰ চুটি কেৰিয়াৰৰ প্ৰথম ৫ টা উইকেট আছিল, যাৰ পিছত দাবী কৰা হৈছে যে, এই কৃতিত্ব অৰ্জন কৰাৰ পিছতহে তেওঁ নিজৰ আদৰ্শ বুমৰাহৰ জোতা চুমা খাইছিল।

এই ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় যে, হাছান মাহমুদে বুমৰাহৰ ভৰিত চুমা খাই আছে। ইফালে বাংলাদেশৰ প্ৰশিক্ষণ কৰ্মচাৰীসকলে এই দৃশ্য দেখি হতবাক হৈ পৰে। কিন্তু এই ভিডিঅ’টোৰ সত্যতা কিমান, জানো আহক-

সঁচাকৈয়ে বুমৰাহৰ ভৰিত চুমা খোৱা হৈছিলনে?

এইটো ইণ্টাৰনেটৰ জৰিয়তে প্ৰচাৰিত এটা উৰাবাতৰি। কিয়নো খেলখনৰ সময়ত এনে কোনো ঘটনা সংঘটিত হোৱা নাছিল। আচলতে হাছান মাহমুদে যশপ্ৰীত বুমৰাহৰ ভৰিত চুমা খাই থকা ছবিখন ভুৱাকৈ সম্পাদনা কৰা হৈছিল। বাস্তৱত এনেধৰণৰ একো হোৱায়েই নাছিল।

হাছান মাহমুদে পঞ্চম উইকেট লোৱাৰ পিছত প্ৰকৃততে খেলপথাৰত চুমা খাই আছিল। কোনোবাই একেখন ছবি ভুৱাকৈ সম্পাদনা কৰে আৰু ইয়াক যশপ্ৰীত বুমৰাহৰ সৈতে সংযুক্ত কৰে।

২৪ বছৰীয়া যুৱ বাংলাদেশী বলাৰ হাছান মাহমুদে প্ৰথম ইনিংছত ৰোহিত শৰ্মা, বিৰাট কোহলী, শুভমান গিল, ঋষভ পন্ত আৰু যশপ্ৰীত বুমৰাহৰ সৈতে পাঁচজন বেটছমেনক আউট কৰে। কিন্তু দ্বিতীয় ইনিংছত তেওঁ কোনো উইকেট ল’ব নোৱাৰে।

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025