• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেন্নাইত হাছান মাহমুদৰ যাদুকৰী স্পেল; ধৰাশায়ী ভাৰতীয় বেটিং লাইনৰ মূল চালিকা শক্তি

Nation NE by Nation NE
September 19, 2024
in Top News, ক্ৰীড়া
0 0
চেন্নাইত হাছান মাহমুদৰ যাদুকৰী স্পেল; ধৰাশায়ী ভাৰতীয় বেটিং লাইনৰ মূল চালিকা শক্তি
Share on FacebookShare on TwitterWhatsApp

হয়টো কোনেও ভবা নাছিল! চাৰিবছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা এগৰাকী ক্ৰিকেটাৰক লৈ এতিয়া ক্ৰিকেট অনুৰাগী আৰু বিশেষজ্ঞৰ মাজত চলিব চৰ্চা। হয়, এগৰাকী ২৪ বছৰীয়া বলাৰক লৈ এতিয়া সংবাদ মাধ্যমৰ লগতে ক্ৰীড়া মহলত চলিছে ব্যাপক চৰ্চা।

আমি উল্লেখ কৰা এইগৰাকী ক্ৰিকেটাৰ হ’ল বাংলদেশ ক্ৰিকেট দলৰ নৱতাৰকা হাছান মাহমুদ। শেহতীয়াকৈ টেষ্ট ক্ৰিকেটত বাংলাদেশ দলৰ উত্থানত হাছান মাহমুদৰ আছে বিশেষ অৱদান।

কেৰিয়াৰৰ আৰম্ভণিতে ক্ৰিকেটৰ চুটি সংস্কৰণত দেখা পোৱা মাহমুদে অৱশেষত চাৰি বছৰৰ অপেক্ষাৰ অন্তত নিজ দেশৰ হৈ বগা জাৰ্চি পৰিধান কৰাৰ সুযোগ লাভ কৰে। অৰ্থাত চলিত বছৰৰ আৰম্ভণিতে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটিছিল মাহমুদৰ।

সুযোগ লাভৰ পিছতেই ক্ৰিকেটৰ আটাইতকৈ পুৰণি তথা দীঘলীয়া সংস্কৰণত উজ্বলি উঠিল হাছান মাহমুদ। অলপতে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হৈ যোৱা টেষ্ট শৃংখলাৰ ঐতিহাসিক জয়ত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল এইগৰাকী ২৪ বছৰীয়া বলাৰে। পাকিস্তানৰ বিৰুদ্ধে খেলা দ্বিতীয়খন মেচৰ এটা ইনিংছত পাঁচটা উইকেটো দখল কৰিছিল।

ভাৰতৰ বিৰুদ্ধে আজিৰ পৰা চেন্নাইত অনুষ্ঠিত টেষ্ট মেচৰ পূৰ্বে হাছান মাহমুদে তিনিখন টেষ্টত ১৪টা উইকেট দখল কৰিছিল। এদিনীয়াত তেওঁৰ নামত আছে ৩০টা উইকেট আৰু ১৮টা উইকেট লাভ কৰিছে টি-২০ ক্ৰিকেটত।

ইফালে আজিৰ পৰা চেন্নাইত অনুষ্ঠিত হোৱা ভাৰত-বাংলাদেশৰ মাজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচতো নিজৰ ফৰ্মৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ভাৰতীয় বেটিং লাইনআপ একপ্ৰকাৰ ধৰাশায়ী কৰে মাহমুদে।

টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আলহী দল বাংলাদেশে। ভাৰতৰ আৰম্ভণি সুখকৰ নাছিল। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই মাত্ৰ ৬ ৰান কৰিয়েই মাহমুদৰ বলত আউট হয়। তিনি নম্বৰত বেটিং কৰিবলৈ অহা শুভমন গীলক লৈ যথেষ্ট আশা কৰা হৈছিল যদিও তেওঁকো শূন্য ৰানতে পেভেলিয়নলৈ ওভতাই পঠিয়াই মাহমুদে।

ইয়াৰ পিছতে ক্ৰীজলৈ আহে বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ বিৰাট কোহলী। কিন্তু কোহলীয়েও নিৰাশ কৰিলে ভাৰতীয় ক্ৰিকেট অনুৰাগীক। তেওঁ মাত্ৰ ৬টা বলত ৬ ৰান কৰি মাহমুদৰ চিকাৰ হয়। ইয়াৰ পিছত বেটিং কৰিবলৈ অহা ঋষভ পন্তে কিছু সুস্থিৰভাৱে বেটিং কৰে যদিও তেওঁ প্ৰথম ছেছনৰ পিছত মাহমুদৰ বলত আউট হয়।

এইদৰে প্ৰথম মেচখনৰ আৰম্ভণিৰ দিনটোতে হাছান মাহমুদে চাৰিটা উইকেট দখলেৰে ভাৰতীয় বেটিং লাইনৰ মূল চালিকা শক্তিক একপ্ৰকাৰ ধৰাশায়ী কৰা পৰিলক্ষিত হয়। এই সময়লৈকে ভাৰতে নিজৰ প্ৰথম ইনিংছত ৬ টা উইকেট হেৰুৱাই ১৮৪ ৰান সংগ্ৰহ কৰিছে।

ভাৰতৰ হৈ একমাত্ৰ যশস্বী জয়ছোৱালে ৫৬ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলি পেভেলিয়নলৈ উভতি যোৱাৰ লগতে দীৰ্ঘদিনৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটা কে এল ৰাহুলে মাত্ৰ ১৬ ৰান কৰিয়েই আউট হয়।

Tags: Bangladesh CricketHasan MahmudIndia vs BangladeshTest Cricket

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025