• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

বিমানত উলংগ হৈ যাত্ৰীয়ে কৰিলে প্ৰস্ৰাৱ, জৰুৰী অৱতৰণ বিমানৰ

Nation NE by Nation NE
July 13, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
বিমানত উলংগ হৈ যাত্ৰীয়ে কৰিলে প্ৰস্ৰাৱ, জৰুৰী অৱতৰণ বিমানৰ

এক্সৰ পৰা সংগৃহীত ফটো।

Share on FacebookShare on TwitterWhatsApp

বিমানত যাত্ৰীয়ে অভদ্ৰ আচৰণ কৰাটো নতুন কথা নহয়। সময়ে সময়ে যাত্ৰীসকলে বিভিন্ন ধৰণৰ কাণ্ড বিমানৰ ভিতৰত সংঘটিত হৈ আহিছে। বেছিভাগ বিমানত যাত্ৰীয়ে বিমানৰ ভিতৰত প্ৰস্ৰাৱ কৰা ঘটনাই বাতৰিৰ শিৰোনাম লাভ কৰে। এইবাৰ পুনৰ তেনে এক ঘটনা সংঘটিত হৈছে আমেৰিকান এয়াৰ লাইনছত।

বুধবাৰে এজন যাত্ৰীয়ে বিমানত প্ৰস্ৰাৱ কৰাৰ ঘটনা পোহৰলৈ আহিছে। যাৰ বাবে আমেৰিকান এয়াৰলাইনছৰ বিমানখন জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগন ৰাজ্যৰ ২৫ বছৰীয়া নীল মেককাৰ্থিয়ে উলংগ হৈ বিমানখনৰ কৰিডৰত প্ৰস্ৰাৱ কৰিছিল। এই নিৰ্লজ্জ ঘটনাৰ পিছতেই যুৱকজনৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে।

ফক্স বিজনেছৰ তথ্য মতে, ঘটনাটো আমেৰিকান ঈগল ফ্লাইট-৩৯২১ত সংঘটিত হৈছিল। বিমানখন চিকাগোৰ পৰা মানচেষ্টাৰলৈ উৰা মাৰিছিল। কিন্তু যুৱকজনৰ উচ্ছৃংখল আচৰণৰ বাবে বিমানখন নিউয়ৰ্কৰ বাফেলোৰ দিশে লৈ আহিবলৈ বাধ্য হৈছিল।

বিমানখন অৱতৰণ কৰাৰ লগে লগে যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে কৈছিল যে এজন যাত্ৰীৰ মোবাইলৰ কেমেৰাত তোলা এখন ফটো পাইছিল। য’ত মেককাৰ্থিকক বিমানত উলংগ হৈ প্ৰস্ৰাৱ কৰা দেখা গৈছিল।

আৰক্ষীয়ে পাইলট আৰু কৰ্মচাৰীৰ পৰাও বিবৃতি লাভ কৰিছিল। মেককাৰ্থীয়ে আৰক্ষীক কৈছিল যে তেওঁ বিমানত উঠোতে সুৰাপান কৰিছিল।

Tags: American AirlinesEmergency LandingPassengerUrinate

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ ভাল খবৰ! ভাৰতীয় বন্দৰত উপস্থিত LPG কঢ়িয়াই অনা জাহাজ

March 22, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

৪৮ ঘণ্টাৰ ভিতৰতে ইৰাণে খুলি দিব লাগিব ‘ষ্ট্ৰেইট অৱ হৰমুজ’, অন্যথা ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ ধ্বংস কৰাৰ ভাবুকি ট্ৰাম্পৰ

March 22, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025