• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

আমেৰিকাত ১৫ বছৰৰ মূৰত ফায়াৰিং স্কোৱাডৰ জৰিয়তে বিহা হ’ল মৃত্যুদণ্ড

Nation NE by Nation NE
March 8, 2025
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাত ১৫ বছৰৰ মূৰত ফায়াৰিং স্কোৱাডৰ জৰিয়তে বিহা হ’ল মৃত্যুদণ্ড

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ দক্ষিণ কেৰ’লিনাত ব্ৰেড ছিগমেন (৬৭) নামৰ এজন লোকক প্ৰাক্তন প্ৰেমিকাৰ পিতৃ-মাতৃক হত্যা কৰাৰ অভিযোগত শুকুৰবাৰে ফায়াৰিং স্কোৱাডৰ জৰিয়তে মৃত্যুদণ্ড বিহা হয়। ইয়াৰ পূৰ্বে আমেৰিকাত অন্তিমবাৰৰ বাবে ২০১০ চনত ফায়াৰিং স্কোৱাডৰ দ্বাৰা কোনো লোকক মৃত্যুদণ্ড বিহা হৈছিল।

জে’লৰ মুখপাত্ৰ ক্ৰিষ্টী শ্বেনে কয় যে ব্ৰেড ছিগমেনে ২০০১ চনত ডেভিড আৰু গ্লেডিছ লাৰ্কক বেছবল বেটেৰে হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। ৰাজ্যখনৰ ৰাজধানী কলম্বিয়াৰ ব্ৰড ৰিভাৰ কাৰেকচনেল ইনষ্টিটিউচনত তিনিজনীয়া ফায়াৰিং স্কোৱাডে তেওঁক গুলীয়াই হত্যা কৰে।

ফায়াৰিং স্কোৱাডে কয়দীজনৰ মূৰটো ঢাকি ৰাখি এখন বহাই দিয়ে। তাৰ পিছত তেওঁৰ হাত-ভৰি বান্ধি দিয়া হয়। প্ৰট’কল অনুসৰি, ৱাৰ্ডেনে ফাঁচীৰ আদেশ পঢ়াৰ পিছত স্কোৱাডে গুলীচালনা কৰে।

সাধাৰণতে অপৰাধীজনৰ বুকুক লক্ষ্য কৰি গুলী নিক্ষেপ কৰা হয়। এই গুলী ১৫ ফুট দূৰত্বৰ পৰা নিক্ষেপ কৰা হয়। বন্দী আৰু ফায়াৰিং স্কোৱাডৰ মাজত থাকে এখন দেৱাল। এনে পৰিস্থিতিত বন্দীয়ে কোনে তেওঁক গুলীয়াইছে সেয়া দেখা নাপায়।

উল্লেখ্য যে, ছিগমেনে শেষ মুহূৰ্তত উচ্চতম ন্যায়ালয়ত মৃত্যুদণ্ডৰ ৰায় স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল যদিও সেয়া নাকচ কৰা হয়। দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ হেনৰী মেকমাষ্টাৰেও তেওঁৰ ক্ষমাৰ আবেদন নাকচ কৰে।

Tags: AmericaFiring SquadUSA

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

December 8, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Top News

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

December 7, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?

December 4, 2025
২৫ বছৰৰ অন্তত এইখন দেশত দিলে চিলা উৰুওৱাৰ অনুমতি
Top News

২৫ বছৰৰ অন্তত এইখন দেশত দিলে চিলা উৰুওৱাৰ অনুমতি

December 4, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025