• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

আমেৰিকাত ১৫ বছৰৰ মূৰত ফায়াৰিং স্কোৱাডৰ জৰিয়তে বিহা হ’ল মৃত্যুদণ্ড

Nation NE by Nation NE
March 8, 2025
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাত ১৫ বছৰৰ মূৰত ফায়াৰিং স্কোৱাডৰ জৰিয়তে বিহা হ’ল মৃত্যুদণ্ড

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ দক্ষিণ কেৰ’লিনাত ব্ৰেড ছিগমেন (৬৭) নামৰ এজন লোকক প্ৰাক্তন প্ৰেমিকাৰ পিতৃ-মাতৃক হত্যা কৰাৰ অভিযোগত শুকুৰবাৰে ফায়াৰিং স্কোৱাডৰ জৰিয়তে মৃত্যুদণ্ড বিহা হয়। ইয়াৰ পূৰ্বে আমেৰিকাত অন্তিমবাৰৰ বাবে ২০১০ চনত ফায়াৰিং স্কোৱাডৰ দ্বাৰা কোনো লোকক মৃত্যুদণ্ড বিহা হৈছিল।

জে’লৰ মুখপাত্ৰ ক্ৰিষ্টী শ্বেনে কয় যে ব্ৰেড ছিগমেনে ২০০১ চনত ডেভিড আৰু গ্লেডিছ লাৰ্কক বেছবল বেটেৰে হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। ৰাজ্যখনৰ ৰাজধানী কলম্বিয়াৰ ব্ৰড ৰিভাৰ কাৰেকচনেল ইনষ্টিটিউচনত তিনিজনীয়া ফায়াৰিং স্কোৱাডে তেওঁক গুলীয়াই হত্যা কৰে।

ফায়াৰিং স্কোৱাডে কয়দীজনৰ মূৰটো ঢাকি ৰাখি এখন বহাই দিয়ে। তাৰ পিছত তেওঁৰ হাত-ভৰি বান্ধি দিয়া হয়। প্ৰট’কল অনুসৰি, ৱাৰ্ডেনে ফাঁচীৰ আদেশ পঢ়াৰ পিছত স্কোৱাডে গুলীচালনা কৰে।

সাধাৰণতে অপৰাধীজনৰ বুকুক লক্ষ্য কৰি গুলী নিক্ষেপ কৰা হয়। এই গুলী ১৫ ফুট দূৰত্বৰ পৰা নিক্ষেপ কৰা হয়। বন্দী আৰু ফায়াৰিং স্কোৱাডৰ মাজত থাকে এখন দেৱাল। এনে পৰিস্থিতিত বন্দীয়ে কোনে তেওঁক গুলীয়াইছে সেয়া দেখা নাপায়।

উল্লেখ্য যে, ছিগমেনে শেষ মুহূৰ্তত উচ্চতম ন্যায়ালয়ত মৃত্যুদণ্ডৰ ৰায় স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল যদিও সেয়া নাকচ কৰা হয়। দক্ষিণ কেৰ’লিনাৰ গৱৰ্ণৰ হেনৰী মেকমাষ্টাৰেও তেওঁৰ ক্ষমাৰ আবেদন নাকচ কৰে।

Tags: AmericaFiring SquadUSA

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026

শীৰ্ষ সংবাদ

‘মই পোনে পোনে আহিম শপত গ্ৰহণ অনুষ্ঠানলৈ…’, বাৰাকপুৰৰ পৰা প্ৰধানমন্ত্ৰীৰ গৰ্জন

২৫ কোটি টকীয়া এক বিৰল যন্ত্ৰ, লণ্ডনত নিলাম হ’ব জয়পুৰৰ ৰাজবংশীয় ‘ছুপাৰ কম্পিউটাৰ’!

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025