• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ৰুছ সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ প্ৰাণ হেৰুৱালে ভাৰতীয়ই

Nation NE by Nation NE
July 29, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰুছ সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ প্ৰাণ হেৰুৱালে ভাৰতীয়ই

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাছিয়া সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ হাৰিয়ানাৰ এগৰাকী ২২ বছৰীয়া যুৱকৰ মৃত্যু হোৱা ঘটনা পোহৰলৈ আহিছে। সোমবাৰে যুৱকজনৰ পৰিয়ালে চণ্ডীগড়ত এই চাঞ্চল্যকৰ দাবী কৰে।

যুৱকজনৰ ভাতৃ অজয় মৌনে কয় যে মস্কোস্থিত ভাৰতীয় দূতাবাসে তেওঁৰ ভাতৃ ৰবি মৌনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। হাৰিয়ানাৰ কৈথল জিলাৰ মটৌৰ গাঁৱৰ বাসিন্দা আছিল ৰবি।

অজয়ে দাবী কৰিছে যে, বিগত ১৩ জানুৱাৰীত পৰিবহন সম্বন্ধীয় চাকৰিৰ বাবে ৰাছিয়ালৈ গৈছিল ৰবি। বিচাৰি যোৱা চাকৰিৰ পৰিৱৰ্তে তেওঁক সৈন্য বাহিনীত যোগদান কৰোৱা হৈছিল। অজয়ে নিজৰ ভাতৃৰ খবৰ ল’বলৈ ২১ জুলাইত দূতাবাসলৈ পত্ৰ লিখিছিল। দূতাবাসৰ পত্ৰত তেওঁৰ ভাতৃৰ মৃত্যু হোৱা বুলি স্পষ্টৰূপত উল্লেখ কৰে।

অজয়ে কয় যে ৰবি ১৩ জানুৱাৰীত ৰাছিয়ালৈ গৈছিল। এজন এজেণ্টে তেওঁক পৰিবহন সম্বন্ধীয় কামৰ বাবে ৰাছিয়ালৈ পঠিয়াইছিল যদিও তেওঁক ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰোৱা হৈছিল।

অজয় মৌনে অভিযোগ কৰে যে ৰাছিয়াৰ সেনাই তেওঁৰ ভাতৃক ইউক্ৰেইনৰ সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ কৈছিল নহ’লে ১০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিল। অজয়ে কয় যে ৰবিক প্ৰথমে খাদ খন্দাৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু পিছত তেওঁক যুঁজলৈ প্ৰেৰণ কৰা হৈছিল।

তেওঁ কয় যে ৰাছিয়াৰ পক্ষই তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। অৱশ্যে মৃতদেহটো চিনাক্ত কৰিবলৈ ঘনিষ্ঠ আত্মীয়ৰ ডি এন এ পৰীক্ষা কৰিব লাগিব। লগতে অজয় ​​মৌনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাতৃৰ মৃতদেহ স্বগৃহলৈ ঘূৰাই অনাত সহায় কৰিবলৈ অনুৰোধ জনায়।

নিজৰ ভাতৃৰ মৃতদেহ ঘূৰাই আনিবলৈ ধনৰ অভাৱ বুলি উল্লেখ কৰি অজয়ে কয় যে মাটি বিক্ৰী কৰি পোৱা ১১.৫০ লাখ টকা খৰচ কৰি ৰবিক ৰাছিয়ালৈ পঠিওৱা হৈছিল।

উল্লেখ্য যে, মাত্ৰ কিছু দিন পূৰ্বে ৰাছিয়াই নিজৰ সেনাবাহিনীত কৰ্মৰত ভাৰতীয় নাগৰিকসকলক অনতিপলমে মুক্ত কৰি দিবলৈ ভাৰতে কৰা দাবী মানি ল’বলৈ সন্মত হৈছিল।

Tags: HaryanaRussia-UkraineRussian Army

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ
Top News

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

December 10, 2025
থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ,  শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…
Top News

থাইলেণ্ড-কম্বোডিয়াৰ মাজত বিমান আক্ৰমণ, শিৱ মন্দিৰৰ সৈতে জড়িত ১১৮ বছৰীয়া সীমা বিবাদৰ কাৰণ…

December 9, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

December 8, 2025
ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025