• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ৰুছ সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ প্ৰাণ হেৰুৱালে ভাৰতীয়ই

Nation NE by Nation NE
July 29, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
ৰুছ সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ প্ৰাণ হেৰুৱালে ভাৰতীয়ই

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাছিয়া সেনাৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ গৈ হাৰিয়ানাৰ এগৰাকী ২২ বছৰীয়া যুৱকৰ মৃত্যু হোৱা ঘটনা পোহৰলৈ আহিছে। সোমবাৰে যুৱকজনৰ পৰিয়ালে চণ্ডীগড়ত এই চাঞ্চল্যকৰ দাবী কৰে।

যুৱকজনৰ ভাতৃ অজয় মৌনে কয় যে মস্কোস্থিত ভাৰতীয় দূতাবাসে তেওঁৰ ভাতৃ ৰবি মৌনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। হাৰিয়ানাৰ কৈথল জিলাৰ মটৌৰ গাঁৱৰ বাসিন্দা আছিল ৰবি।

অজয়ে দাবী কৰিছে যে, বিগত ১৩ জানুৱাৰীত পৰিবহন সম্বন্ধীয় চাকৰিৰ বাবে ৰাছিয়ালৈ গৈছিল ৰবি। বিচাৰি যোৱা চাকৰিৰ পৰিৱৰ্তে তেওঁক সৈন্য বাহিনীত যোগদান কৰোৱা হৈছিল। অজয়ে নিজৰ ভাতৃৰ খবৰ ল’বলৈ ২১ জুলাইত দূতাবাসলৈ পত্ৰ লিখিছিল। দূতাবাসৰ পত্ৰত তেওঁৰ ভাতৃৰ মৃত্যু হোৱা বুলি স্পষ্টৰূপত উল্লেখ কৰে।

অজয়ে কয় যে ৰবি ১৩ জানুৱাৰীত ৰাছিয়ালৈ গৈছিল। এজন এজেণ্টে তেওঁক পৰিবহন সম্বন্ধীয় কামৰ বাবে ৰাছিয়ালৈ পঠিয়াইছিল যদিও তেওঁক ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰোৱা হৈছিল।

অজয় মৌনে অভিযোগ কৰে যে ৰাছিয়াৰ সেনাই তেওঁৰ ভাতৃক ইউক্ৰেইনৰ সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ কৈছিল নহ’লে ১০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিল। অজয়ে কয় যে ৰবিক প্ৰথমে খাদ খন্দাৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু পিছত তেওঁক যুঁজলৈ প্ৰেৰণ কৰা হৈছিল।

তেওঁ কয় যে ৰাছিয়াৰ পক্ষই তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। অৱশ্যে মৃতদেহটো চিনাক্ত কৰিবলৈ ঘনিষ্ঠ আত্মীয়ৰ ডি এন এ পৰীক্ষা কৰিব লাগিব। লগতে অজয় ​​মৌনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাতৃৰ মৃতদেহ স্বগৃহলৈ ঘূৰাই অনাত সহায় কৰিবলৈ অনুৰোধ জনায়।

নিজৰ ভাতৃৰ মৃতদেহ ঘূৰাই আনিবলৈ ধনৰ অভাৱ বুলি উল্লেখ কৰি অজয়ে কয় যে মাটি বিক্ৰী কৰি পোৱা ১১.৫০ লাখ টকা খৰচ কৰি ৰবিক ৰাছিয়ালৈ পঠিওৱা হৈছিল।

উল্লেখ্য যে, মাত্ৰ কিছু দিন পূৰ্বে ৰাছিয়াই নিজৰ সেনাবাহিনীত কৰ্মৰত ভাৰতীয় নাগৰিকসকলক অনতিপলমে মুক্ত কৰি দিবলৈ ভাৰতে কৰা দাবী মানি ল’বলৈ সন্মত হৈছিল।

Tags: HaryanaRussia-UkraineRussian Army

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025