• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

ভাৰততকৈ ২৭ গুণ অধিক উপাৰ্জন এই দেশৰ, বিশ্বৰ শীৰ্ষ ৫ ৰ ভিতৰত অন্তৰ্ভুক্ত

Nation NE by Nation NE
February 19, 2025
in আন্তঃ ৰাষ্ট্ৰীয়, Top News
0 0
ভাৰততকৈ ২৭ গুণ অধিক উপাৰ্জন এই দেশৰ, বিশ্বৰ শীৰ্ষ ৫ ৰ ভিতৰত অন্তৰ্ভুক্ত
Share on FacebookShare on TwitterWhatsApp

কাটাৰৰ সকলোতকৈ ধনী দেশ শ্বেইখ তামিম বিন হামাদ আল থানী দুদিনীয়া ৰাজ্যিক ভ্ৰমণত ভাৰতলৈ আহিছে। ২০১৫ চনৰ মাৰ্চ মাহৰ পিছত এয়া তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণত তেওঁ ভাৰতলৈ আহিছে। তেওঁৰ লগত এটা দলো আহিছে, য’ত আছে মন্ত্ৰী, উচ্চপদস্থ বিষয়া আৰু ব্যৱসায়ৰ সৈতে জড়িত বহু লোক।

কাটাৰৰ ধনী শ্বেইখ তামিম বিন হামাদ আল থানীৰ ধন-সম্পত্তিৰ বিষয়ে সকলোতে চৰ্চা চলিছে। বিশ্বৰ ১০খন ধনী দেশৰ ভিতৰত কাটাৰ অন্যতম। ইয়াৰ লগতে কাটাৰৰ জনমূৰি আয় সৰ্বাধিক।

২০২৫ৰ এক সমীক্ষাত কাটাৰক বিশ্বৰ পঞ্চমখন ধনী দেশ হিচাপে অভিহিত কৰা হৈছে। কাটাৰৰ মুঠ জনসংখ্যা ৩০.০৭ লাখ আৰু ইয়াৰ জিডিপি ২১.৪১ বিলিয়ন ডলাৰ। যি ভাৰততকৈ প্ৰায় ১০ গুণ কম। অৱশ্যে কাটাৰৰ জনমূৰি আয় ভাৰততকৈ প্ৰায় ২৭ গুণ বেছি।

এক প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ অক্টোবৰ মাহলৈকে কাটাৰৰ জনমূৰি আয় ৭২,৭৬০ ডলাৰ (৬০,৬৯,০০০ ₹), আনহাতে ভাৰতৰ জনমূৰি আয় মাত্ৰ ২,৭০০ ডলাৰ (২,২৫,০০০ ₹)। কাটাৰৰ সমৃদ্ধিৰ মূল কাৰণ হ’ল ইয়াৰ সীমিত জনসংখ্যা আৰু তেল আৰু গেছৰ দৰে প্ৰাকৃতিক সম্পদৰ পৰা লাভ কৰা বিশাল আয়, যাৰ বাবে কাটাৰক বিশ্বৰ অন্যতম ধনী দেশ হিচাপে গঢ়ি তুলিছে।

উল্লেখ্য যে, এই সমীক্ষা অনুসৰি, বিশ্বৰ আটাইতকৈ ধনী দেশ লাক্সেমবাৰ্গ। লাক্সেমবাৰ্গৰ জিডিপি ৯১.২১ বিলিয়ন ডলাৰ, আনহাতে ইয়াৰ জনসংখ্যা মাত্ৰ ৬.৭৫ লাখ। এই তালিকাত দ্বিতীয় স্থানত আছে ছিংগাপুৰ। ইয়াত জনসংখ্যা ৫৯.৮ লাখ হ’লেও জিডিপি ৫৩০.৭১ বিলিয়ন ডলাৰ।

এই তালিকাত দশম স্থানত আছে আমেৰিকা। আমেৰিকাৰ জনসংখ্যা ৩৩.৫ কোটি, আনহাতে ইয়াৰ জিডিপি ২৯.১৭ ট্ৰিলিয়ন ডলাৰ। দক্ষিণ আমেৰিকাৰ উত্তৰ উপকূলত অৱস্থিত গায়ানা নৱম ধনী দেশ। ইয়াৰ জনসংখ্যা মাত্ৰ ৮.৩১ লাখ আৰু গায়ানাৰ জিডিপি ১২৩ বিলিয়ন ডলাৰ।

Tags: EconomyGDPGROWTH

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025